অনুভৱৰ মিলন||দ্বিতীয় সংকলন||লেখা আহ্বান||anuvobor milon||2nd Edition||Content request

অনুভৱৰ মিলন 

দ্বিতীয় সংকলন

লেখা আহ্বান

     মৰীচি পৰিয়ালৰ সহযোগত আমি অনুভৱৰ মিলনৰ দ্বিতীয় সংকলনটি ছপা-আলোচনী ও বৈদ্যুতিন-আলোচনী ৰূপে প্ৰকাশ কৰিবলৈ আগবাঢ়িছো। আলোচনীখনৰ বাবে সমূহ ৰাইজক আমি লেখা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।

*আলোচনীখনত সাঙুৰি লোৱা শিতানসমূহ হ'ল-
    ১/ প্ৰবন্ধ
    ২/ গল্প
    ৩/ কবিতা
    ৪/ চিত্ৰ শিল্প
    ৫/ হস্ত শিল্প
    ৬/ কল্পবিজ্ঞান
    ৭/ নীলা খামৰ চিঠি
    ৮/ অনুভৱৰ লিখনি
    ৯/ অনুবাদ লিখনি
    ১০/ জীৱন বিষয়ক লিখনি

লেখা সমূহ টাইপ কৰা হ'ব লাগিব।

*সমূহ ৰাইজে আমাৰ WhatsApp নম্বৰ ৯১০১২৯৯০৫৪ , ৯১২৭১৯৮১৯২ নতুবা Email ID: admin@moreesi.in ত নিজৰ নিজৰ Content সমূহ প্ৰেৰণ কৰিব পাৰিব।

লেখা প্ৰেৰণৰ অন্তিম তাৰিখ: ৬ ছেপ্টেম্বৰ ২০২১

*আলোচনীখনৰ বেটুপাতৰ বাবে আমালৈ নমুনা প্ৰেৰণ কৰিব পাৰিব।

No comments:

Post a Comment