মানপত্ৰ
নমস্কাৰ গ্ৰহণ কৰিব।
মৰীচি পৰিয়ালৰ তৰফৰ পৰা আয়োজিত প্ৰবন্ধ আৰু অনুগল্প প্ৰতিযোগিতাখনিৰ ফলাফল যোৱা ইংৰাজী ১১/০৭/২০২১ তাৰিখে ঘোষণা কৰা হল । প্ৰতিযোগিতাখনিৰ বিজয়ী সকললৈ "মৰীচি পৰিয়াল"ৰ তৰফৰ পৰা আজি একোখনকৈ ই-মানপত্ৰ আৰু চেক ৰ ফটো প্ৰদান কৰিছোঁ; লগতে ৰাজ্যত ক'ৰোণা পৰিস্থিতি উন্নত হ'লে আমাৰ পৰৱৰ্তী অফলাইন অনুষ্ঠানত প্ৰকৃত মানপত্ৰ আৰু চেক সমূহ প্ৰেৰণ কৰিম।
*আপোনালোকে তলৰ লিংকৰ পৰা মানপত্ৰ সমূহ গ্ৰহণ কৰিব পাৰিব।
প্ৰবন্ধ-
১) আবিদুল হুছেইন, নলবাৰী।
- https://drive.google.com/file/d/1AXxSwIVcRdS0RlTLuiXxNxIz4oBCE62H/view?usp=drivesdk
২) ৰিম্পী গগৈ, গুৱাহাটী।
- https://drive.google.com/file/d/1AgTx1szWDUj2MdPWqFFqvUyL9iBjyxCM/view?usp=drivesdk
৩) অনন্যা চুতীয়া, ডিব্ৰুগড়।
- https://drive.google.com/file/d/1B3NhoRyweMMOXbvVRMYk1tZUTeQ8URdT/view?usp=drivesdk
অনুগল্প-
1)ঋতুপন দত্ত, ডিব্ৰুগড়।
- https://drive.google.com/file/d/1B9Yw1ggEpGXzPUSjXl7TKCeKuyiutcNH/view?usp=drivesdk
2) হিমাংশুৰাজ দিহিঙীয়া, লখিমপুৰ।
- https://drive.google.com/file/d/1B9iz3rpoWrgzUqNn0GuSZTAoyAaQUELQ/view?usp=drivesdk
ধন্যবাদ।








No comments:
Post a Comment