অনুভৱৰ মিলন || দ্বিতীয় সংকলন || anuvobor milon || 2nd edition

অনুভৱৰ মিলন

দ্বিতীয় সংকলন

      মৰীচি পৰিয়ালৰ সহযোগত আমি অনুভৱৰ মিলনৰ দ্বিতীয় সংকলনটি ছপা-আলোচনী ও বৈদ্যুতিন-আলোচনী ৰূপে উন্মোচন কৰিবলৈ আগবাঢ়িছো।

ছপা আলোচনী খনি অহা ২৯/০৯/২০২১ তাৰিখে উন্মোচন কৰা হ'ব। আৰু ২৫/০৯/২০২১ তাৰিখৰ পৰা moreesi.in ত ইয়াৰ আগতীয়া অৰ্ডাৰ দিব পৰা সুবিধা মুকলি কৰি দিয়া হ'ব।

বৈদ্যুতিন আলোচনী খন অক্টোবৰ মাহৰ শেষৰ ফালে মুকলি কৰা হ'ব।

ধন্যবাদেৰে 
সম্পাদনা সমিতি

No comments:

Post a Comment