আলোচনী উন্মোচন
ভাগ্যজিৎ বৰুৱাৰ সম্পাদনাত অনুভৱৰ মিলনৰ দ্বিতীয় সংকলনটি আজি ২৯/০৯/২০২১ তাৰিখে পুৱা ১১:০০ বজাত গুগল মিতৰ জড়িয়তে উন্মোচন কৰা হয়।
মিছাইল মানৱ, খ্যাতিমান মহাকাশ বিজ্ঞানী; তথা গণতান্ত্ৰিক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ড° এ. পি. জে. আব্দুল কালামৰ নামত আমাৰ এই আলোচনীখন উৎসৰ্গা কৰা হয়।
আপোনালোকে আলোচনীখন কিনিবলৈ তলৰ BUY NOW অপচনত ক্লিক কৰক।
*আলোচনীখনত যদি কিছু কাৰিকৰী ভাবে নাইবা সম্পাদনাৰ কিছু ভুল ৰৈ গৈছে ইয়াৰ বাবে সকলোৰে ওচৰত আমি সম্পাদনা সমিতিয়ে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ।








No comments:
Post a Comment