লেখা আহ্বান অনুভৱৰ মিলন ৩.O || Writing Call Anuvobor Milon 3.O

 

অনুভৱৰ মিলন 

তৃতীয় সংকলন

লেখা আহ্বান

     মৰীচি পৰিয়ালৰ উদ্যোগত আমি অনুভৱৰ মিলনৰ তৃতীয় সংকলনটি ছপা-আলোচনী ও বৈদ্যুতিন-আলোচনী ৰূপে প্ৰকাশ কৰিবলৈ আগবাঢ়িছো। আলোচনীখনৰ বাবে সমূহ ৰাইজক আমি লেখা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।

*আলোচনীখনত সাঙুৰি লোৱা শিতানসমূহ হ'ল-
    ১/ প্ৰবন্ধ
    ২/ গল্প
    ৩/ কবিতা
    ৪/ চিত্ৰ শিল্প
    ৫/ হস্ত শিল্প
    ৬/ বিজ্ঞান
    ৭/ নীলা খামৰ চিঠি
    ৮/ অনুভৱৰ লিখনি
    ৯/ নাটক
    ১০/ ৰাজনীতি

লেখা সমূহ টাইপ কৰা হ'ব লাগিব।

*সমূহ ৰাইজে আমাৰ WhatsApp নম্বৰ ৯১০১২৯৯০৫৪ , ৯১২৭১৯৮১৯২ নতুবা Email ID: admin@moreesi.in লগতে তলত দিয়া লিংকৰ দ্বাৰা ফাৰ্মৰ জৰিয়তে নিজৰ নিজৰ Content সমূহ প্ৰেৰণ কৰিব পাৰিব।


লেখা প্ৰেৰণৰ অন্তিম তাৰিখ: ৩১ মাৰ্চ ২০২৩

*আলোচনীখনৰ বেটুপাতৰ বাবে আমালৈ নমুনা প্ৰেৰণ কৰিব পাৰিব।





No comments:

Post a Comment