মৰীচি পৰিয়ালৰ প্ৰতিজন সদস্যৰ লগতে প্ৰতিজন সাহিত্যপ্ৰেমী ব্যক্তিলৈ অভিনন্দন।
মৰীচি পৰিয়ালৰ তৰফৰ পৰা আয়োজন কৰা প্ৰতিযোগিতাখনলৈ স্বাগতম। লগতে সমূহ প্ৰতিযোগীলৈ শুভকামনা
প্ৰতিযোগিতাখনিৰ শিতানসমূহ হ'ল:
১/প্ৰবন্ধ (অসমীয়া আৰু ইংৰাজী দুইটা ভাষতে গ্ৰহণ কৰা হ'ব)
২/অনুগল্প।
প্ৰতিযোগিতাৰ বিষয়বস্তু:
প্ৰবন্ধ: বৰ্তমান সমাজত বৈজ্ঞানিক মানসিকতাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা।
অনুগল্প: কল্পবিজ্ঞান।
প্ৰতিযোগিতাৰ নিয়ম:-
* লিখনি সমূহ টাইপ কৰা হ'ব লাগিব। প্ৰবন্ধ বিলাক pdf হিচাপেও দিব পাৰিব।
* এজন প্ৰতিযোগীয়ে কেৱল এটা শিতানত অংশগ্ৰহণ কৰিব পাৰিব।
অংশগ্ৰহণৰ অন্তিম দিন : ০৫/০৭/২০২১
ফলাফলৰ দিন: ১১/০৭/২০২১
**প্ৰতিটো শিতানৰ শ্ৰেষ্ঠ প্ৰতিযোগী সকলক নগদ ধন নাইবা চেকযোগে পুৰস্কৃত কৰা হ'ব।
অধিক তথ্য নাইবা সহায়ৰ বাবে WhatsApp কৰক: ৯১০১২৯৯০৫৪, ৮৪৮৬৮২০২৭১, ৮৪৭২০৬৯৫৯৭
তলৰ ফৰ্মখনৰ দ্বাৰা অংশগ্ৰহণ কৰক।
__________
Congratulations to every member of the Moreesi family as well as to every literary lover.
Welcome to the competition organized by the Moreesi family. Also good luck to the contestants.
The devils of the competition are:
1 / Article (Assamese and English will be accepted)
2 / Parable (Anugalpa)
Content of the competition:
Article: The Importances and necessities of scientific temperament in today's society.
Parable: Science fiction.
Competition Rules: -
* Content must be typed. Articles can also be submitted as pdf format.
* A contestant can only participate in one Shitan.
Last day of participation: 05/07/ 2021
Results will be declared on: 11/08/2021
* All the best contestants of Satan will be rewarded with cash or cheque.
WhatsApp for more information or help: 9101299054, 84868 20271, 84720 69597
Participate with this form.
প্ৰবন্ধৰ PDF আপলোড কৰিবলৈ এই লিংকত ক্লিক কৰক (For uploaded Articles pdf click the link): https://forms.gle/7bS2zD9Zyju98tnZ6








No comments:
Post a Comment