অসমৰ অৰ্থনীতি || The economy of Assam


ভাৰতৰ পূৰ্ব দিশত অৱস্থিত প্ৰাকৃতিক সৌন্দর্যৰে ভৰপূৰ এখন অন্যতম ৰাজ্য হ'ল অসম। অসমৰ অৰ্থনীতি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য সমূহতকৈ যথেষ্ট পিছপৰা।স্বাধীনতাৰ পিছৰে পৰা অসমৰ অৰ্থনীতি ভাৰতবৰ্ষৰ অৰ্থনীতিতকৈ যথেষ্ট পিছ পৰি থকা দেখা গৈছিল। অসমৰ উন্নতি যথেষ্ট হোৱাৰ সত্বেও সম্পদৰ সম্পদৰ অপূৰ্ণ ব্যৱহাৰ, দৰিদ্ৰতা আৰু নিবনুৱা সমস্যাৰ বাবে অসম এতিয়াও পিছপৰি আছে। আনবোৰ ৰাজ্যতকৈ অসম পিছপৰা আৰু অনুন্নত ৰাজ্য। ১৯৭০ চনৰ পাছৰ পৰা অৰ্থনীতিৰ ব্যৱধানটো পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে:- ১৯৮১ ৰ পৰা ২০০১ চনলৈ ভাৰতৰ বিকাশৰ হাৰ ৬% আছিল ৩.৭৮% । সেইদৰে উত্তৰ- উদাৰীকৰণৰ যুগটো অসমৰ অৰ্থনীতিৰ হাৰ বিকাশৰ গতিৰ সৈতে মূলসূঁতিৰ ভাৰতীয় অৰ্থনীতিৰ এটা বৃহৎ তফাৎ আছিল বুলি উল্লেখ কৰিছে। 

অসমৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য বুলি কলে আমি কৃষিখণ্ডৰ কথা ক'ব পাৰো। ৰাজ্যখনৰ প্ৰাষ ৭৭% লোকেই কৃষিখণ্ডৰ সৈতে জড়িত হৈ আছে। ২০০৫-২০০৬ চনৰ উচিত ৰাজ্যখনৰ মূল আয়ৰ শতকৰা আছিল ২৮.৭ শতাংশ। বৰ্তমানৰ সময়ত অসমৰ কৃষিৰ হাৰ হ'ল ২.৮ শতাংশ । অসমৰ মাটিত উৎপাদিত হোৱা মূল সামগ্রী হ'ল ধান। বাকী কৃষিজাত সামগ্ৰী সমূহ হ'ল চাহপাত, কুঁহিয়াৰ, মৰাপাট ইত্যাদি । অসমৰ কৃষিখণ্ডই অসমৰ অৰ্থনীতিৰ এক বৃহৎ অংশ আগুৰি আছে। উদ্যান শস্যৰ ভিতৰত অসমৰ চাহশিলঃচাহশিল্পত মূল অৰ্থনৈতিক উদ্দোহ বিচাৰে পৰিগণিত হয় সেয়ে চাহক অসমৰ চাহ বোলে। অসমৰ মুখ্য উৎপাদন গড়হাৰত ১,৪৩৫ কিলোগ্রাম। 


২০১২ চনৰ অনুসৰি অসমত প্ৰায় ১৯.০৮ মিলিয়ন পশুধন আছে। খাৰুৱা তেল আৰু প্ৰাকৃতিক সম্পদৰ ক্ষেত্রত ভাৰত গুৰুত্বপূৰ্ণ ৰাজ্য।২০১৮ চনত অসমে ৪,৩৪৫ মেট্ৰিক টন লিটাক ক্ৰুড অনলাইন উৎপাদন কৰে। ২০১৮ -২০১৯ বৰ্ষত ৯.১ মিলিয়ন ষ্টেণ্ডাৰ্ট কিউবিক মিটাৰ প্ৰাকৃতিক গেছ উৎপাদন হয়। চাহ পেট্ৰলিয়াম আদি উদ্যোগৰ বাহিৰেও অসমত দুই এটা অনন্য উদ্যোগ থকা পৰিলক্ষিত হয়। চৰকাৰী সুত্ৰ অনুসাৰে ১১০ টা বৃহৎ আৰু ১০২ টা মজলীয়া উদ্যোগ আছে। অসমৰ বস্ত্ৰ শিল্পৰ যোগেদিও অৰ্থনীতিৰ উৎপাদন হোৱা পৰিলক্ষিত হয়। অতীজৰে পৰা উৎপাদন হোৱা ৰেচমী কাপোৰ সমূহ ঢকুৱাখানা আৰু শুৱালকুছিৰ মূল প্ৰাণকেন্দ্ৰ হৈ পৰিছে। 

নিম্ন জনমুৰি আয়ৰ বাবাকে অসমৰ অৰ্থনীতি দূৰ্বল। ২০০৫-০৬ চনত অসমৰ জনমুৰি আয় হ'ল ১৮,৫৯৮ টকা। যি সময়ত ভাৰতৰ জনমুৰি আয় আছিল ৭০০০ টকা। আন্তগাথানিক দুৰ্বলতা আৰু ৰাজ্যিক লেহেমীয়া গতিৰ বাবে অসমৰ অৰ্থনীতি দূৰ্বল হৈ পৰিছে।


এই সমূহৰ জড়িতেই অসমৰ অৰ্থনীতি টনকিয়াল কৰি তোলাত অসম চৰকাৰে যথেষ্ট অৰিহনা আগবঢ়াইছে।  




Assam is one of the most beautiful states in the eastern part of India. The economy of Assam is lagging behind other states of India. Since independence, the economy of Assam has been lagging behind the economy of India. Despite the considerable development of Assam, it is still lagging behind due to underutilization of resources, poverty and unemployment. Assam is a backward and underdeveloped state compared to other states. The economic gap has been observed since the 1970s. For example:- From 1981 to 2001, India's growth rate was 3.78% from 6%. Similarly, the post-liberalization era was a major difference between the growth rate of Assam's economy and the mainstream Indian economy.

The main characteristic of the economy of Assam is agriculture. About 77% of the population of the state is engaged in agriculture. In 2005-2006, the percentage of the state's basic income was 28.7 per cent. At present, the agricultural rate of Assam is 2.8 per cent. The main commodity produced on the soil of Assam is paddy. The rest of the agricultural commodities are tea leaves, maize, cotton etc. Agriculture accounts for a large part of the economy of Assam. Among the horticultural crops, tea is the main economic stimulus in the tea industry. The main production of Assam is 1,435 kg on average.

As of 2012, Assam has about 19.08 million livestock. India is an important state in terms of crude oil and natural resources. In 2018, Assam produced 4,345 metric tonnes of crude online. In 2018-2019, 9.1 million standard cubic meters of natural gas was produced. Apart from tea and petroleum, there are a few unique industries in Assam. According to government sources, there are 110 large and 102 medium enterprises. The textile industry of Assam also generates the economy. Silk fabrics have been the mainstay of Dhakuakhana and Shuwalkuchi since ancient times.

The economy of Assam is weak due to low per capita income. In 2005-06, the per capita income of Assam was Rs. 18,5 At a time when India's per capita income was Rs. The economy of Assam is weak due to infrastructural weaknesses and slow state pace.


These are the reasons why the Government of Assam has contributed significantly to the development of the economy of Assam.

No comments:

Post a Comment