বিহু হ'ল অসমীয়া জাতিৰ আনন্দৰ উৎসৱ,জাতীয় উৎসৱ।পিতামহ, প্ৰপিতামহসকলৰ দিনৰে পৰা বিহু অসমীয়া জাতিয়ে পালন কৰি আহিছে।ই আমাৰ বাপতি সাহোন।বিহু প্ৰতিজন অসমীয়াৰ প্ৰাণৰ আপোন।বিহু তিনিটা--ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু।
(১)ব'হাগ বিহু:-বসন্ত কালত গছত কুঁহিপাত মেলাৰ লগে লগে প্ৰকৃতি ৰাজ্য ফলে-ফুলে জাতিস্কাৰ হৈ পৰে।চ'তৰ সংক্ৰান্তি দিনা ব'হাগ বিহুৰ শুভাৰম্ভ হয়।পুৱাতে গৰু কেইটা মাহ-হালধি সানি সমূহীয়াভাৱে পথাৰৰ ন পানীত বা নদীত গা ধুৱায়,আশীৰ্বাদ দিয়ে।লাও,বেঙেনা,হালধি,ঠেকেৰা আৰু কেৰেলাৰ চাক সাজি চাকৰ পৰা গৰুৰ গালৈ মাৰি গায়--
লাও খা বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু
তই হ'বি বৰ বৰ গৰু।
ব'হাগ বিহুৰ দিনা মানুহে নতুন সাজ-পাৰ পিন্ধে।তিৰোতাসকলে নিজহাতে বৈ কাটি থোৱা ফুলাম গামোছা ঘৰখনৰ সকলোকে দি নতুন বছৰৰ আদৰণি জনায়।কণিষ্ঠসকলে জ্যেষ্ঠসকলক সেৱা জনোৱাৰ পাছত সকলোৱে একেলগে একেখন মজিয়াতে,তিৰোতাসকলে খুন্দি,ভাজি থোৱা চিৰা,সান্দহ ,তিল পিঠা,ঘিলা পিঠা আদি খাজ।ব'হাগ বিহুৰ সময়ত গাঁৱৰ ল'ৰা,ডেকা,বুঢ়া সকলোৱে লগ লাগি ঢোল,পেঁপা,গগণাৰ মাতেৰে চতুৰ্দিশ মুখৰিত কৰি হুঁচৰি গাবলৈ আৰম্ভ কৰে।ব'হাগ বিহুত সকলোৱেই আনন্দত আত্মহাৰা হৈ পৰে কাৰণে এই বিহুক ৰঙালী বিহু বুলি কোৱা হয়।ৰং,ৰহস্য,হুঁচৰি আদিৰ মাজেদি অসমীয়া জাতিয়ে সাতদিন ব'হাগ বিহু পালন কৰে।এই ব'হাগ বিহুটিক অসমীয়া লোকে মন-প্ৰাণ ঢালি দিয়ে।কোনো কোনো ঠাইত কেৱল গাভৰু ছোৱালীবোৰে গছৰ তলত হাতত বাহঁৰ টকা বজাই বজাই নাচি নাচি বিহুগীত গাই বিহু কৰে।এনে বিহুক জেং বিহু বোলে।
(২)কাতি বিহু:-কাতি বিহু আহিন মাহৰ সংক্ৰান্তিৰ দিনা পতা হয়।এই সময়ত প্ৰায়বোৰ খেতিয়কৰ ঘৰতে ভাত মুঠিৰ লগতে শাক-পাচলিৰ নাটনি হয়।সেয়ে এই বিহুক কঙালী বিহু বোলা হয়।কাতি বিহুৰ দিনা সকলো খেতিয়কে পথাৰত চাকি জলায়।গধুলি ল'ৰা-ছোৱালীবোৰে তুলসীৰ তলত নাম গায় সকাম পাতে।
(৩)মাঘ বিহু:-পুহ মাহৰ সংক্ৰান্তিৰ আগদিনা মাঘ বিহুৰ আৰম্ভণি হয়।এই দিনটোক উৰুকা বোলা হয়।উৰুকাৰ দিনা দিনত বা ৰাতি সকলোৱে মিলি-জুলি ভোজ ভাত খায়।মাঘৰ বিহুৰ সময়ত সকলোতে বস্তুৰ উভৈনদী হয়।মাটি মাহ,কাঠ আলু,কবি,বেঙেনা,মটৰ আদি সকলোবোৰ উভৈনদী হৈ থাকে।উৰুকাৰ দিনা ৰাতিটো মেজি ৰখি নানা ৰং,ধেমালি কৰিবৰ বাবে ভেলা ঘৰ সাজে।
সংক্ৰান্তিৰ দিনা কাহিলি পুৱাতেই গা-পা ধুই সকলোৰে মংগল কামনা কৰি হৰিধ্বনি দি মেজি জ্বলায়।ঘৰত তিৰোতাসকলে চিৰা,সান্দহ,পিঠা আদি বিভিন্ন ধৰণৰ খোৱা বস্তু যোগাৰ কৰি থয়।ভোগৰ উভৈনদী কাৰণে এই বিহুক ভোগালী বিহু বোলা হয়।মাঘ বিহুত নানা ধৰণৰ খেল-ধেমালি পতা হয়।কোনো কোনো ঠাইত ম'হ যুঁজ পাতে।
বিহু অসমীয়াৰ জাতীয় উৎসৱ।প্ৰতিজন অসমীয়াৰে বিহুৰ ঐতিহ্য,পৰম্পৰা ৰক্ষা কৰাৰ দায়িত্ব আছে।সাম্প্ৰতিক সময়ত বিহু মঞ্চমুখী আৰু প্ৰতিযোগিতামূলক অনুস্থান হৈ পৰিছে।সভা-সমিতি পাতি বিহুৰ তাৎপৰ্য্য আৰু প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা হয়।ঢোল,পেঁপা,গগণা,নাচনী,হুঁচৰি,বিহুগীত আদিৰ প্ৰতিযোগিতা পাতে।এইখিনি কৰিবলৈ যাওঁতে আমি সকলোৱে বিহুৰ ঐতিহ্য ৰক্ষা কৰি চলিব লাগিব।
There are three types of Bihu--Bohag Bihu or Rangali Bihu, Kati Bihu or Kati Bihu There are many different types of Bihu, including Kangal Bihu, Magh Bihu or Bhogali Bihu.
1. Bohag Bihu:-The trees bloom in spring and the kingdom of nature becomes fruitful. Bohag Bihu begins on the day of Chat Sankranti They bathe, bless. They make chaks of lao, eggplant, garlic, thekera and kerala and hit the cows from the chaks and sing--
Eat garlic and eat eggplant
Grow year by year
The youngest of my mother and the youngest of my father
You'll be a big cow.
On the day of Bohag Bihu, people wear new clothes.The women welcome the New Year by giving their own hand-cut flower gomochas to everyone in the household There are many ways to get a job in the field of physical education, but the most important thing is to get a job in the field of physical education. There are many ways to get a job in the field of physical education There are many ways to get a job in the field of architecture, but the most important thing is to get a job in the field of architecture. There are many ways to get a job in the field of architecture, but the most important thing is to get a job does.Such Bihu is called Jeng Bihu.
(2) Kati Bihu:-Kati Bihu is celebrated on the sankranti of the month of Ahin. During this time, most of the farmers have a shortage of rice and vegetables. The girls sing names under the basil tree and hold a sakam.
3. Magh Bihu:-The day before the Sankranti of the month of Puh, Magh Bihu begins. This day is called Uruka. Everyone eats together during the day or night of Uruka ,eggplant,peas etc. are all in abundance.They build a vela house for various colors,fun by keeping a meji overnight on the day of Uruk.
There are many different types of Bihu, including chira, sandah, pitha and other food items. There are many different types of Bihu, including chira, sandah, pitha and other food items In some places, bullfights are held.
There are many ways to get a job in the field of architecture, but the most important thing is to get a job in the field of architecture. There are many ways to get a job in the field of architecture, but the most important thing is to get a job etc. In order to do this, we must all preserve the heritage of Bihu.








ভাল লাগিল ❤️
ReplyDelete