বিহুৰে বিৰিণা পাতে সমনীয়া
বিহুৰে বিৰিণা পাত ,
বিহু থাকে মানে বিহুকে বিনাবা ঐ
বিহু গলে বিনাবা কাক !
অসমৰ বাপতি সাহোন চেনেহৰ বিহুটিয়েই হৈছে অসমবাসীৰ জাতীয় স্বাভিমান আৰু আৱেগ সন্মিলনৰ মূলমন্ত্ৰ । বিহু অসমীয়াৰ জাতীয় উৎসৱ । অসমৰ তিনিওটা বিহুয়েই অসমবাসীয়ে অতি উলহ মালহেৰে কোনো অভাৱ অনাতন অনুভৱ নকৰাকৈ পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে মিলাপ্ৰীতি আৰু একতাৰে উদ্যাপন কৰে । অসমৰ জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ মাজত একতা আৰু মৰম-স্নেহৰ ভাৱ অটুট ৰাখিছে । বিহু উপলক্ষে উৎসৱ হিচাপে আৰু পৰম্পৰাগতভাৱে কৰিবলগীয়া সকলোবোৰ নীতি-নিয়মেই সমূহীয়াভাৱে পালন কৰিব লাগে । যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। আদিম যুগৰ পৰাই মাঘৰ বিহু সমগ্ৰ অসমতে ৰাজ্যবাসীৰ বাবে এক মূখ্য উৎসৱ হিচাপে পালন কৰি অহা হৈছে । পোনপ্ৰথমে এই বিহু আদিম যুগৰ বড়ো মূলীয় লোক সকলৰ প্ৰধান উৎসৱ আছিল। পৰৱৰ্তী পৰ্য্যায়ত কামৰূপ( অসমৰ পুৰণি নাম ) ৰাজ্যৰ দিনত আৰ্য ব্ৰাহ্মণ সকলে হিন্দু ৰীতি-নীতি অনুযায়ী মাঘ বিহুৰ তিথি নিৰ্ধাৰিত কৰি দিছিল।
বিহু উদ্যাপনৰ মাজেৰে ৰাজহুৱাভাৱে আয়োজন কৰা বিভিন্ন ধৰণৰ খেল-ধেমালিৰ প্ৰীতি অনুষ্ঠানসমূহ আৰু আপোনজনৰ মাজত বিহুৱানৰ আদান -প্ৰদানৰ ক্ষেত্ৰত সম্পন্ন হোৱা অধিক পৰিমাণে বয়ন শিল্পৰ অভ্যাসে মানুহৰ কিছু লুপ্ত প্ৰতিভাৰো প্ৰকাশ আৰু উন্নতি সাধন হয়। বিহু আৰু অসমবাসীৰ মাজত থকা এই বিশেষ আৰু আৱেগিক সম্পৰ্কটিয়ে অসমক বিশ্বৰ দৰবাৰত নিজৰ পৰিচয় গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিছে । ৰঙালী , কঙালী আৰু ভোগালীৰ সমাহাৰে অসমৰ বিহুৰ সৌন্দৰ্য্য প্ৰায় সম্পূৰ্ণ দুগুণে বৃদ্ধি পায় । পুহ মাহৰ প্ৰচণ্ড শীতত হাড় কপোৱা জাৰকো প্ৰত্যাহাৰ কৰি অসমবাসী ৰাইজে সকলবোৰ লাগতীয়াল সামগ্ৰী বজাৰ সমাৰৰ পৰা সংগ্ৰহ কৰি ভোগালীৰ প্ৰস্তুতি চলায় । পুহ-মাঘ মাহৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। সম্পূৰ্ণ তিনিদিনীয়া উৎসৱ মুখৰ কাৰ্যসূচীৰে ভোগালী বিহু পালন কৰা হয় । পুহ মাহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে নিজৰ ঘৰৰ ভঁৰালসমূহ ভৰাই ৰাখে । ভোগালীৰ সময়তে কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে আৰু সেয়েহে এই বিহুক ভোগালী বিহু ৰূপে আখ্যা দিয়া হয় । এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰতে বেছি গুৰুত্ব প্ৰদান কৰা হয়। এই বিহুত লাড়ু- পিঠা , দৈ- চিৰা , সান্দহ , গাখীৰ আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। বিভিন্ন ধৰণৰ সু-স্বাদু ভোজন ভোগ কৰাৰ সুবিধা থকা বাবেও এইবিধ বিহুক ভোগালী বিহু বুলি কোৱা হয় । মাঘ বিহুৰ মূল আকৰ্ষণ হৈছে মেজি পোৰা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। চুতীয়া ভাষাৰ "মিডি-য়ে-জি"ৰ (মিডি=দেৱতা/পূৰ্বপুৰুষ , য়ে=জুই , জি=উৰি যোৱা ) পৰা সৃষ্টি হৈছিল। আনহাতে "উৰুকা" শব্দটো চুতীয়া ভাষাৰ "উৰুকুবা"ৰ(শেষ হোৱা) পৰা অহা বুলি জনা যায় কাৰণ পুহ মাহৰ এই অন্তিম দিনটোতে শস্য চপোৱাই শেষ হয় । সেয়েহে উৰুকাৰ দিনা শস্য চপোৱাৰ সামৰণি উৎসৱ হিচাপে শস্যৰে উভৈনদী হৈ পৰা খেতিয়কৰ ভঁৰালৰ সংকেট দি আনন্দ-উল্লাসৰ মাজেৰে গাঁৱৰ আটাইয়ে মিলি একেলগে এসাঁজ প্ৰীতি ভোজ খায় । পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি তথা দোমাহীৰ আগদিনা প্ৰত্যেক অসমীয়াই উৰুকা উদ্যাপন কৰে । উৰুকাৰ নিশা চেমনীয়া ল'ৰাবোৰে গাঁৱৰ চুবুৰীয়াৰ বাৰীৰ পৰা খৰি হিচাপে বাঁহ-জেওঁৰা ,কুকুৰা-পাৰ আৰু বাগিচাৰ পৰি শাক-পাচলি , আলু-কবি ইত্যাদি চুৰি কৰি আনে। আৰু সেই চুৰি কৰি অনা খাদ্য সামগ্ৰীৰে সিহঁতবোৰেও লগে ভাগে এসাঁজ খায় , স্ফুৰ্টি কৰে । এই প্ৰথাৰ বাবেই গৃহস্থই সাধাৰণতে উৰুকাৰ নিশা ওৰে ৰাতি ঘৰৰ বাৰী, চৌহদ আদিৰ চকু ৰাখে। সেইবাবে এই বিহুক চোৰ বিহু বুলিও কোৱা হয় ।
উৰুকাৰ নিশা ডেকা-গাভৰুসকলেও হাঁহি - ধেমালিৰ মাজেৰে বিহু-হুচৰিৰ প্ৰদৰ্শনৰ মাজেৰে উৰুকা উদ্যাপন কৰে ।
উৰুকাৰ পিছদিনা ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই গাঁৱৰ আটাইয়ে মিলি একেলগে মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। লোকবিশ্বাস অনুযায়ী ছাই আৰু আধা পোৰা বাঁহে পথাৰ আৰু বাগিচাৰ উৎপাদন বৃদ্ধি কৰে। লেণ্টাৰ্ন আৰু মধ্য গ্ৰীষ্মৰ জুই জ্বলোৱা ইউৰোপীয়সকলেও উৰ্বৰতাৰ মাধ্যম হিচাপে ছাই আৰু আঙঠাৰ কাৰ্যকাৰীতাৰ ওপৰত বিশ্বাস কৰিছিল। সেয়েহে সাধাৰণতে গাঁৱে-ভূঞে খৰালিৰ শুকান পথাৰত মেজি জ্বলোৱাৰ পৰ্ব আয়োজন কৰা হয় ।
আদিম যুগৰ পৰাই মাঘৰ বিহু সমগ্ৰ অসমতে ৰাজ্যবাসীৰ বাবে এক মূখ্য উৎসৱ হিচাপে পালন কৰি অহা হৈছে । পোনপ্ৰথমে এই বিহু আদিম যুগৰ বড়ো মূলীয় লোক সকলৰ প্ৰধান উৎসৱ আছিল। পৰৱৰ্তী পৰ্য্যায়ত কামৰূপ( অসমৰ পুৰণি নাম ) ৰাজ্যৰ দিনত আৰ্য ব্ৰাহ্মণ সকলে হিন্দু ৰীতি-নীতি অনুযায়ী মাঘ বিহুৰ তিথি নিৰ্ধাৰিত কৰি দিছিল।
চুতীয়া আৰু আহোমসকলৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰে পৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন ধৰণৰ খেল-ধেমালি, ৰং-ৰহইচৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ৰজাসকলে ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম'হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়ত অধিক প্ৰচলন হয় বুলি জানিব পৰা যায়। এই অনুষ্ঠান সমূহৰ সুষমতাৰ বাবে ৰজাঘৰীয়া খেল আৰু বিষয়বাব আছিল। যেনে- হাতীবৰুৱা, শেনচোৱা ফুকন, কুকুৰাচোৱা বৰুৱা ইত্যাদি। সেইদিশৰ পৰা ৰংঘৰ আৰু ইয়াৰ সৈতে সংলগ্ন বাকৰি ৰোমান কলছিয়ামৰ সমতুল্য।
There are many ways to get a job in the UK, but the most important thing is to get a job in the UK. Bihu is the national festival of Assamese. There are many different types of Bihu festivals in Assam. These festivals are celebrated with great joy and happiness with their families and friends. The national festival of Assam, Bihu, has maintained a sense of unity and love among the Assamese society. All the rules and regulations that are traditionally observed on the occasion of Bihu should be observed collectively. It promotes unity among people. There are many different types of Bihu festivals in Assam. Initially, Bihu was the main festival of the people of Boro origin in the early days. Later, during the reign of Kamrup (the old name of Assam), the Aryan Brahmins fixed the date of Magh Bihu according to Hindu customs.
There are many different types of weaving, including the exchange of Bihuans between loved ones and the exchange of weaving among loved ones. This is the first time that I have seen a guy with a smile on his face. I have seen a guy with a smile on his face. I have seen a guy with a smile on his face. The combination of Rangali , Kangal and Bhogali almost completely doubles the beauty of Bihu in Assam. There are many reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. Bhogali Bihu or Magh Bihu is celebrated on the sankranti of the months of Puh and Magh. There are many different types of festivals in the country. In the month of Puh, people harvest paddy, beans, sesame seeds, peas, etc. to fill their barns. There are many different types of Bihu, including the Bhogali Bihu, which is celebrated by the farmers during the Bhogali season. During this time, everyone, rich and poor, has two handfuls of rice to eat. Therefore, the emphasis is on eating and drinking during this Bihu. There are many ways to get a job in the field of architecture, but the most important thing is to get a job in the field of architecture. This is also known as Bhogali Bihu because of the opportunity to enjoy a variety of delicious foods. The main attraction of Magh Bihu is the burning of Meji. This is the time when the Sun approaches the line of the Capricorn revolution. It was derived from the Chutia language "midi-ye-ji" (midi=god/ancestor, ye=fire, ji=flying). The word "Uruka" is known to come from the Chutia language "Urukuba" (end) as the harvest ends on this last day of the month of Puh. Therefore, on the day of Urukar, as the closing festival of the harvest, all the villagers eat a meal together with joy and happiness, signaling the farmers' barns that are full of grain. There are many different types of festivals in Assam. On the night of Uruk, the young boys steal bamboo, chickens, vegetables, potatoes, cabbage, etc. from the neighbours' gardens as firewood. And they share a meal together , and have fun with the stolen food. This is the reason why the householder usually keeps an eye on the garden and compound of the house all night on the night of Urukar. Therefore, this Bihu is also called Chor Bihu.
There are many different types of ceremonies and rituals that are performed on the night of Uru.
The next night, the villagers wash their feet and light a fire on the table. When the fire burns, they chant mantras and offer beans, peas, cakes, rice, butter, etc. to the fire. At the end of the burning of the Meji, everyone takes a bow with its ashes. However, where there is no wood, the Meji is made of wood and bamboo. According to folk belief, ash and half-burnt bamboo increase the yield of fields and gardens. Europeans who lit lanterns and midsummer fires also believed in the efficacy of ashes and embers as a means of fertility. Therefore, the festival of lighting Meji is usually held in dry fields in villages.
There are many different types of Bihu festivals in Assam. Initially, Bihu was the main festival of the people of Boro origin in the early days. Later, during the reign of Kamrup (the old name of Assam), the Aryan Brahmins fixed the date of Magh Bihu according to Hindu customs.
It is known that Bihu was celebrated under royal patronage during the reign of the Chutia and Ahom dynasties. There are many different types of games and entertainment in the courtyard of the Rangghar on the day of Bihu since the days of the Ahom king Rudra Singh. The kings were present with their nobles and enjoyed the festival. Birds such as sharks and crows were trained and fought in the sky. Elephant fighting, chicken fighting, egg fighting, wrestling, bullfighting, butterfly fighting, etc. are also popular at that time. There were royal games and duties to balance these ceremonies. There are many different types of characters in the film. There are many different types of characters in the film. In that respect, the theater and its adjoining courtyard are equivalent to the Roman Colosseum.








No comments:
Post a Comment