বিহু : এতিয়া আৰু তেতিয়া || Bihu: Now and then

        অসমীয়াৰ জাতীয় জীৱনৰ  প্ৰাণকেন্দ্ৰিক স্বৰূপ 'বিহু' হৈছে অসমবাসীৰ বাবে এটি অতি আদৰৰ তথা চেনেহৰ উৎসৱ । বিহুৰ সৈতে অসমৰ প্ৰত্যেকজন নাগৰিকৰ  মৰম , শ্ৰদ্ধা আৰু আৱেগ জড়িত হৈ আছে । অসমৰ প্ৰত্যেকটি জাতি-জনজাতি আৰু  হিন্দু , ইছলামিক , খ্ৰীষ্টানকে ধৰি প্ৰত্যেক ধৰ্মীয় লোকেই   খুব উলহ মালহেৰে জাতীয় উৎসৱটি উদ্‌যাপন কৰে । ধৰ্মীয় সংঘাত , পৰিয়ালৰ কাজিয়া পেচাল , আঞ্চলিক বিতৰ্কক পৰিহাৰ কৰি  মিলপ্ৰীতিৰে আটাইয়ে আনন্দ উল্লাসৰ মাজেৰে অসমত জাতীয় উৎসৱ পালন কৰে । ধৰ্ম , কৃষ্টি , সংস্কৃতিক  চিৰদিন জীয়াই ৰখাৰ স্বাৰ্থত  অসমীয়াই অতিজৰে পৰা আজিৰ এই যান্ত্ৰিকতাৰ সময়তো বিহুৰ সময়ত ব্যক্তিগত স্বাৰ্থ আৰু দৈনন্দিন  ব্যস্ততাপূৰ্ণ জীৱনতো প্ৰত্যেকজন অসমীয়াই উৎসাহ উদ্দীপনাৰে  সময়তমতে বিহুক আদৰি আনিবলৈ অকণো অবহেলা নকৰে । বসন্তৰ বহাগকে ধৰি  কাতিৰ কঙালীৰ লগতে  প্ৰচণ্ড শীতকো প্ৰত্যাহাৰ কৰি মাঘৰ মেজিৰে বছৰজোৰা বিহুৰ উদ্‌যাপন কৰা হয় । 
             পিছে সময়ৰ পৰিৱৰ্তনে  বিহুৰ সাংস্কৃতিক ৰূপ সলনি কৰিব ধৰিছে । অতীজৰ সমাজত বিহুয়ে অসমীয়াৰ হৃদয়ত যিদৰে বিৰাজ কৰিছিল , আজিৰ প্ৰজন্মৰ মাজত বিহুৰ অস্তিত্ত্ব  পূৰ্বৰ তুলনাত হ্ৰাস পাব ধৰিছে । অতীতত  বসন্তৰ আগমনৰ লগতে গছ লতা ফুলৰ ন-সাজ পিন্ধনক সামৰি  মানুহৰ মাজত মৰম স্নেহৰ বতৰাৰ সহিতে  প্ৰীতিক সামৰি অসমত বহাগৰ সুবাস গঢ়ে । বিহু ভিত্তিক প্ৰকৃতিৰ ৰূপ আৰু  ব্যক্তিৰ পাৰস্পৰিক  আন্তৰিকতা  আজিও সলনি হোৱা নাই যদিও বিহু উদ্‌যাপন প্ৰণালীসমূহক কৃত্তিমতাই আৱৰি ধৰিছে । বিহু মানেই লাড়ু-পিঠা , দৈ-চিৰাৰ সৈতে চাহ , জলপান । আৰু সৌ সিদিনা জুইশালত বহি আইতাই বনোৱা লাড়ু-পিঠাৰ পৰিৱৰ্তে আজি দোকানৰ পৰা ক্ৰয় কৰা পিঠা-লাড়ুৰ  উপদ্ৰব অধিক প্ৰচলিত । পুৱাই বিছনাৰ পৰা উঠি বয়োজ্যেষ্ঠজনক সেৱা জনাই তেওঁলোকৰ পৰা আশীষ বিচাৰি সৰুক মৰমৰ আলিঙ্গনেৰে বিহুৰ শুভেচ্ছা জনোৱাৰ ঠাই লৈছে মোবাইল হোৱাট্‌ছএপৰ " HAPPY BIHU " ৰ শুভেচ্ছাবাণীয়ে । অতীজৰ সাম্প্ৰদায়িক পথা অনুসৰণ কৰা গামোছা , চাদৰ , ৰুমালৰ বিহুৱানৰ ঠাই লৈছে দোকানত সজাই থোৱা দামী উপহাৰ আৰু বজাৰত উলমি থকা আধুনিক কাপোৰে ।  গাঁৱে ভূঞে বৰ্তমান সময়তো অলপ অচৰপকৈ  হ'লেও যদি বিহুৰ সাম্প্ৰদায়িকতা জীয়াই আছে , চহৰ বা নগৰত   কিন্তু আজিকালি মানহে বিহুক মাথো ফেচন অথবা সামাজিক মাধ্যমত নিজকে প্ৰচাৰ কৰাৰ আহিলা হিচাপে গ্ৰহণ কৰিবলৈ লৈছে । আগৰ দিনৰ অসমীয়াই ঘাটলৈ নি ঘৰৰ গৰু গাঁ ধুওঁৱা , লাওঁ খা বেঙেনা খা পদ্যধ্বনিৰে বছৰে বছৰে সিহঁত হাল বাঢ়ি যোৱাৰ আশাত সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে  গৰু বিহু উদ্‌যাপন কৰাৰ পৰম্পৰাৰ বিষয়ে আজিৰ প্ৰজন্মই নেদেখা নুশুনাৰ দৰেই হৈছে । দূৰদৰ্শন অথবা বাতৰিৰ যোগেৰে  অসমৰ গাওঁ সমূহৰ গৰু বিহু পালন কৰাৰ দৃশ্য দৰ্শকৰ মাজত সম্প্ৰচাৰ কৰা হয় যদিও মোবাইলৰ ব্যস্ততাই নৱপ্ৰজন্মক এই দৃশ্যসমূহ উপভোগ কৰাৰ পৰাও বঞ্চিত কৰিছে । আজিৰ ল'ৰাই বিহুৱান বা গামোছাৰ মূল্য  ও মহত্ত্ব বুজি নাপায় ।  ঘৰে ঘৰে চোতালত অঞ্চলটোৰ ল'ৰাহতঁৰ অথবা ডেকা গাভৰুৰ হুঁচৰিৰ জাঁক দেখা নাযায় । গাঁৱৰ বোৱাৰী-গাভৰু সকলৰ দ্বাৰা প্ৰদৰ্শিত গছ তলৰ বিহু আজি  লুপ্ত । আজিৰ সমাজত বিহুৰ নামত  প্ৰচলিত আছে জনা নজনাকৈ অসমীয়াৰ সাজপাৰ মূগাৰ মেখেলা চাদৰযোৰ পিন্ধি  ফটো মাৰি সামাজিক মাধ্যমৰ যোগেদি লাভ কৰা জনপ্ৰিয়তা । আজিৰ আধুনিক  জীয়ৰীয়ে বিহুনাচৰ নামত  মোবাইলত বজোৱা বিহুগীতত ককাঁল নভঙা বিহু নৃত্য প্ৰদৰ্শন কৰি ইণ্টাৰনেটৰ যোগেৰে মাথো নিজক প্ৰচাৰ কৰিবলৈহে জানে । পূৰ্বতে বিহু বুলিলেই গাঁৱৰ নাচনীয়ে ঢোলৰ মাত শুনি ৰ'বই  নোৱাৰে বুলি বিহু গীততেই আছে । ইয়াৰ উপৰিও ঢুলীয়াৰ ঢোলৰ চেওঁ আৰু বাঁহীবাদকৰ সুৰীয়া বাঁহীৰ সুৰৰ লগতে মঁহৰ শিঙৰ পেপাৰ বিহুসুৰীয়া গুঞ্জনে চুবুৰীটোত বিহুৰ সময়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে । কুলি চৰাইৰ সুৰীয়া মাত আৰু কপৌফুলৰ মলমলীয়া সুগন্ধই বিহুৰ আগমণৰ ইংগিত দিয়ে । আজিৰ প্ৰজন্মই বিহু উদ্‌যাপনৰ নামত বহু হাই-উৰুমি , আনন্দ - উল্লাস , চিঞৰ-বাখৰ  কৰে যদিও তেওঁলোকে নাজানে সাত বিহু কি আৰু ইয়াৰ মহত্ত্ব ! 
             বসন্তৰ দৰেই ঠিক কাতিৰ পথাৰতো শস্য বৃদ্ধিৰ আাশাৰে কৰা আৰতি আৰু তুলসী তলৰ চাকি গছি নগৰৰ বোৰত সমূলি ৮০%ই দেখা নাযায়  । তুলসীৰ তলত  চাকি বন্তী আৰু মাহ প্ৰসাদ দিয়াৰ প্ৰাধান্যতকৈ তুলসী  পুলিটোৰ সৈতে মেখেলা চাদৰত নিজৰ ফটোখন তুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰাতহে আজিৰ আধুনিক জীয়ৰী -  বোৱাৰীয়ে অধিক গুৰুত্ব প্ৰদান কৰে । ' তলসীৰ তলে মৃগ পহু চৰে '  এই গীতসমূহ আজিৰ ল'ৰাহঁতে গাবলৈ নাজানে । 
               ঠিক একেদৰেই পূৰ্বতে গাঁৱে ভূঞে মাঘৰ মাহত ভেলাঘৰৰ উৰুকাৰে আৰম্ভ হয় ভোগালী বিহু । বিহুৰ এসপ্তাহ আগৰে পৰাই  গাঁৱৰ ডেকাহঁতৰ দেহত তৰণি নোহোৱা হয় । সকলোৱে মিলিজুলি অতি উৎসাহ উদ্দীপনাৰে সৈতে  দিনে নিশাই  বাঁহ , বেত , খেৰেৰে  ভেলাঘৰ আৰু মেজি নিৰ্মাণত ব্যস্ত হৈ পৰে । আৰু উৰুকাৰ নিশা আটাইয়ে মিলি ভেলাঘৰৰ ভিতৰতে প্ৰীতি ভোজ খোৱাৰ পৰম্পৰা থাকে । পিছদিনা পুৱাই প্ৰচণ্ড শীতৰ অৱহেলাকো প্ৰত্যাহাৰ কৰি গাঁ-পা ধুই ৰাতিৰ  ভোজথলী অৰ্থাৎ ভেলাঘৰ জলোৱা  আৰু পৰম্পৰাগত ৰীতি অনুসৰি মেজি প্ৰজ্বলন কৰি অগ্নি দেৱতাৰ শ্ৰী চৰণত শৰণ লৈ নিজৰ লগতে পৰিয়াল আৰু চুবুৰীটোক অপায় অমংগলৰ পৰা ৰক্ষা পোৱাৰ আশীষ বিচৰা হয় । পিছে আজিৰ প্ৰজন্মই উৰুকাৰ নামত দামি ৰেষ্টুৰাৰ সুস্বাদু অপকাৰী খাদ্য আৰু বিদেশী সুৰাৰ গিলাচত চুমুক মৰাত অধিক গুৰুত্ব প্ৰদান কৰে । ভেলাঘৰৰ পৰিৱৰ্তে চহৰ নগৰত মদিৰাৰ দোকানত ভক্তগণৰ বৃহৎ  সমাবেশ দেখিবলৈ পোৱা যায় ।
               এনেদৰেই আজিৰ সমাজত আৰু অসমীয়াৰ হৃদয়ত বাপতি সাহোন বিহুটিয়ে নিজৰ প্ৰকৃত ৰূপ হেৰুৱাব ধৰিছে । সংস্কৃতি আৰু পৰম্পৰাসমূহ লুপ্ত  হ'বলৈ ধৰিছে । সেয়েহে এই অসমীয়া অথবা অসমবাসী সজাগ হোৱাৰ সময় । অন্যথা এদিন অসমতে অসমীয়া পৰিচয়বিহীন হৈ পৰিব । নিজৰ লগতে আগন্তুক প্ৰজন্মকো বিহুৰ সকলো প্ৰথাকে চিৰদিন অসমত জীয়াই ৰাখিবলৈ শিকাব লাগিব । 


There are many ways to get a job in the UK, but the most important thing is to get a job in the UK. Bihu is associated with the love , respect and emotions of every citizen of Assam. The 2017 FIFA World Cup is a great opportunity to experience the thrill of the FIFA World Cup and the thrill of the FIFA World Cup. There are many sources of information about the country's economy, including the country's economy, the country's economy, and the country's economy. There are many reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. There are many different types of Bihu festivals in the country.
              However, the change of times is changing the cultural form of Bihu. There are many reasons why you shouldn't buy these products , but these are the reasons why you shouldn't buy these products In the past, the arrival of spring and the wearing of new dresses of trees and flowers created the fragrance of Bahar in Assam with the message of love and affection among people. There are many ways in which you can celebrate Bihu, but the most important thing is to remember the characteristics of nature and the sincerity of people. Bihu means laddu-pitha , tea with yogurt-chira , jalpan. And instead of the laddu-pitha made by my grandmother sitting on the fireplace yesterday, the infestation of shop-bought pitha-laddu is more common today. There are many ways to get out of bed in the morning, greet the elderly and seek blessings from them. The old communal paths of gamocha , chadar , handkerchiefs have been replaced by expensive gifts decorated in shops and modern clothes hanging in the markets. If the communalism of Bihu is still alive in rural areas , in cities or towns but nowadays people are accepting Bihu only as a fashion or a tool to promote themselves on social media. There are many sources of information about the country's economy, including the country's economy, the country's economy, the country's economy, and the country's economy. There are many scenes of Garu Bihu celebration in the villages of Assam being broadcast on television or news but the busyness of mobile phones has deprived the younger generation from enjoying these scenes. There are many ways to get a job in the field of architecture. There are many ways to get a job in the field of architecture. There is no crowd of young men and women in the courtyards of every house. There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. There are many ways in which you can get away with it, but the most important thing is to get away with it. There are many ways in which you can get away with it, but the most important thing is to get away with it. Today's modern daughters only know how to promote themselves through the Internet by performing Bihu dances on mobile phones in the name of Bihu dance. There are many ways to get a job in the field of architecture, but the most important thing is to get a job in the field of architecture. There are many different types of Bihu festivals in the neighbourhood. There are many different types of Bihu festivals in the neighbourhood. There are many different types of Bihu festivals in the neighbourhood. There are many ways to celebrate Bihu, including the melodious voices of birds and the fragrance of parrot flowers. Today's generation does a lot of hi-urumi , joy - cheer , shouting in the name of celebrating Bihu but they don't know what the seven Bihu are and their importance!
              Like spring, aartis and candles under tulsi are not seen in the cities in the hope of increasing crops in the fields of Kati. Today's modern daughters-in-law are more interested in taking their photos with the basil seedlings and posting them on social media than in lighting candles and offering beans under the basil. There are many ways to get a job in the field of architecture, but the most important thing is to get a job in the field of architecture.
                There are many different types of Bihu festivals in the country. There are many ways to get away from these things, but the most important thing is to get away from these things. They are busy day and night making velaghras and mejis with bamboo , cane , and straw with great enthusiasm. There are many ways to get away from these things, but the most important thing is to get away from these things. The next morning, despite the neglect of the severe winter, the people wash their feet, light the Velaghar and light the Meji according to the traditional customs and take refuge at the feet of the god of fire. However, today's generation focuses on sipping delicious harmful food from expensive restaurants and glasses of foreign liquor in the name of Urukar. Instead of velaghras, devotees gather in liquor shops in cities.
                This is how the Bapti Sahon Bihu is losing its true form in today's society and in the hearts of Assamese. Cultures and traditions are disappearing. Therefore, it is time for this Assamese or Assamese to wake up. Otherwise, one day Assam will become without Assamese identity. Therefore, it is necessary to teach the future generations to keep all the customs of Bihu alive in Assam forever.

No comments:

Post a Comment