বিচলিত মানৱ
মনুষ্য
জীৱনত
আজি, কিহৰ
বাবে
ইমান
হেতা-ওপৰা!!
আজি
কিয়
মাতৃ
ভূমিৰ
কালৰূপ?
মৃত
কংকালৰ
পৰা
আজি
তেজৰ
চেকুৰা
নিগৰিছে
কিয়?
তুমিটো
মানুহ
আছিলা!!
তুমি
হাঁহিব
জানিছিলা
আনৰ
সুখত,
কান্দিব
জানিছিলা
আনৰ
দূখত।
তোমাৰ
নিজস্ব
ভাষা
আছিলে,
নিজস্ব
জাতি
আছিলে
আজি
কিয়
জাতিভেদ
কৰিলা?
তুমি
ধৰ্মান্তৰিত
কিয়
হ'লা
নিজ
জাতিক
গোৰাচাৰ
দি?
তুমি
ভাগ-বটোৰোৱা
খেল
খেলিব
জনাত
পাকৈত
খেলুৱৈ
আছিলা।
আজি
তুমি
মাটিয়ে-বিৰিখে
তেজ
শুনিব
বিচৰা
জোকৰ
দৰে
নেকি
মেৰুদণ্ডহীন?
মই
নিৰাকাৰ,
বিশ্বত
অমৰ
হ'ব বিচৰা
জীৱৰ
শুধা
নিৱাৰণৰ
বাবে
মোৰ
সৃষ্টি।
শুনা
ময়ে
অগ্নি,ময়ে
জল
কেতিয়াবা
তপত
ৰঙা
সূৰুযৰ
দৰে
হৈ
গিলি
থ'ম তোমাক।
পৃথিৱীৰ
সৃষ্টিত
শংকা
সংকীৰ্ণপথত
ভ্ৰমি
ফুৰা
নিশাচৰৰ
দৰে
তুমি।
আজি
পৃথিৱীৰ
সৃষ্টিত
তুমি
এক
ভাৰাসাম্যহীন
জীৱ
।
শ্ৰী
হিয়াশ্ৰী
শিৱম
প্ৰথম স্নাতক (বিজ্ঞান শাখা)








No comments:
Post a Comment