দ্ৰষ্টব্য
একাংশৰ
মাজত
কিছু
ৰৈ
যোৱা
অংশ,
ভগ্নাংশ
অথবা অংশ,
কিহৰ
অংশ
এইবোৰ,,জীৱনৰ
নে
যৌৱনৰ ?
মানৱতাৰ
নে শিলৰ?
নেপোলিয়নে
সাজি
যোৱা
দেশৰ
অংশ
নেকি?
নে
আম্বেদকাৰে
সজা
সংবিধানৰ?
গৈ
থকা
বাটৰুৱাই
ভাবে,,
আৰু
কিমান
আছে
মোৰ
বাট!!
কিয়
বাৰে
বাৰে
নিৰ্বাচনে
নিৰ্নয়
কৰে
মোৰ
যাত্ৰা?
হয়তো
অহাবাৰ,মই
মুছলমান,
এইবাৰ
খ্ৰীষ্টান ,,,,,,,,,,।
অহাবছৰ
চাগে
মোৰ
ছ'চিয়েল
মিডিয়াত
মিলিয়ন
ফল'ৱাৰ্চ !!
অথচ
আপুনি
মোক
আজি
চিনি
নাপাই,
কিয়,কিয়
নাপাই?
(এজন ব্যক্তি য'ত ৰাজনীতি
য়ে
ধ্বংস
কৰিছে
একোটা
জাতি)
তাৰ
পিঠিত ,'MBA' ডিগ্ৰী ,,,,,,
সাংবাদিকৰ
সাংঘাতিক
প্ৰশ্ন,,,
আপুনি
চাহৰ
দোকান
দিছে
কিয় ??
পঢ়িছা
যাতে
চাকৰি
বাধ্যতামূলক!!
দাদা,,
ফুলবোৰ
কৃত্ৰিম
নেকি?
উত্তৰ ,,,,,,
কৃত্ৰিম
নহ'লে তুমি ঘৰলৈ নিবা
জানো??
নাম , জিন্টু কলিতা
জিলা, নলবাৰী।
গাওঁ, অৰৰা








Casino Web - choegocasino
ReplyDeleteWelcome to the Slot Web! This 제왕 카지노 도메인 page is updated หารายได้เสริม monthly. Please login to the 샌즈 카지노 Website 온라인 바카라 사이트 or to view this page's current status. Visit the website for 카지노