বেশ্যা নাছিল তাই
বেশ্যা
নাছিল
তাই
তথাপিওঁ
কিন্তু নাম লৈছিল বেশ্যাৰ
প্ৰমাণ
দিছিল
পবিত্ৰতাৰ।।
একো
ভুল
নথকাকৈ
পিশাচৰৰ
হাতত
উলংগ
হেৱা
তাই
বেশ্যা
নাছিল।।
ক'ত ভুল
আছিল
তাইৰ
কাৰ
ভুলৰ
শাস্তি
ভুগিছিল,
একো
ভুল
নোহোৱাকৈ
তাইক
বেশ্যা
সজাইছিল ,
ফুলি
আহিব
ধৰা
ফুল
পাহি
মৰহি
গৈছিল
কৰ্কথনাৰ
শুনি
।।
হাৰি হাৰি হেৰাই গৈছিল
তাই
প্ৰমাণ
দি
ভাগৰিছিল
তাই
সতীত্বৰ,
তথাপিওঁ
কিন্তু
মানি
লোৱা
নাছিল
কোৱা
নাছিল
তাই
নিৰ্দোষী
বুলি।।
মাথো
বদনামৰ
এটি
নাম
দি
কৈছিল
তাই
বেশ্যা ।।
হাৰি
গৈছিল
ধ্বংস
হৈছিল
তাই
পিশাচৰ
হাতত ,
নষ্ট
হৈছিল
তাইৰ
নিষ্পাপ
শৰীৰৰ ,
খুলি খুলি খাইছিল তাইক,
নামদি
এৰি
দিছিল
বেশ্যাৰ।।
তাই
শেষ
উশাহলৈকে
চিঞৰিছিল
ইহঁতক,
কৈছিল
মই
বেশ্যা
নহয়, তহঁতে
মোক
এৰি
দে মোক এৰি দে!
কিন্তু
শেষ
কৰি
দিলে
তাইক
তাইৰ
সাহস
আৰু
বিশ্বাসক।।
এদিন হাৰি হাৰি প্ৰমাণ
কৰি
কৈছিল
তাই
বেশ্যা
নাছিল, তাই
বেশ্যা
নাছিল।।
চুমি
আহোম
।
মৰাণ
মহিলা
মহাবিদ্যালয়।








No comments:
Post a Comment