নিজৰ বাবে - ৰেবিকা নেওগ

 

নিজৰ বাবে

এতিয়া আৰু আগৰ দৰে হুমুনিয়াহবোৰে নিশাহটো দীঘল নকৰে

এড়াল দিছোঁ এবুকু বেদনাক
হাঁহি আৰু সাহসৰ জৰীৰে

নতুনকৈ জী উঠিছোঁ নিজৰ ভিতৰতে
নিজৰ বাবে........। 

ৰেবিকা নেওগ

ডিগবৈ মহিলা মহাবিদ্যালয়

No comments:

Post a Comment