অসমৰ সংস্কৃতি || Assamese Culture

অসমৰ সংস্কৃতি বুলি অসমীয়া সমাজখনত অতীতৰেপৰা পৰম্পৰাগত ভাৱে চলি কাৰ্য-নীতিবোৰকে বুজা যায়। অসমত অতীতৰেপৰা প্ৰচলিত নীতি-নিয়ম ,উৎসৱ- অনুষ্ঠানবোৰকে বৰ্তমান অসমীয়া সংস্কৃতি বুলি গণ্য কৰা হয়। অসমত বিভিন্ন জাতি-জনজাতিয়ে বসবাস কৰে বাবে অসমৰ সাংস্কৃতিক ক্ষেত্রখনতো ভিন্নতা দেখা পোৱা যায়। নানান জাতি জনজাতিৰ সংস্কৃতিবোৰ একত্ৰিত হৈ এক বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠা দেখা গৈছে। ভিন ভিন সংস্কৃতিৰ মিশ্ৰণে অসমীয়া সংস্কৃতিত এক ধুনীয়া ৰহন সানি দিয়ে। অসমৰ সংস্কৃতিত জনজাতীয় সংস্কৃতি আৰু লোক সংস্কৃতি প্ৰভাৱ অধিক পৰা দেখা যায়। 

অসমৰ সাংস্কৃতিক ক্ষেত্রখনত উৎসৱ অনুষ্ঠানবোৰতো ভিন্নতা দেখা যায় যদিও সকলোৱে ঐক্যবদ্ধভাবে উৎসৱ অনুষ্ঠান সমূহ পালন কৰে। উদাহৰণস্বৰূপে, অসমত বসবাস কৰা হিন্দু, মুছলমান,খ্ৰীষ্টান সকলে পূজা, ঈদ,খ্ৰীষ্টমাছ আদি উৎসৱবোৰ পালন কৰে যদিও বিহুকে অসমৰ জাতীয় উৎসৱ হিচাপে পালন কৰা হয়, যাক অসমৰ সকলো লোকেই পালন কৰে। অসমত মিছিং জনজাতি সকলে আলি-আই-লৃগাং, বড়োসকলে বাথৌ পূজা আদিবোৰ পালন কৰে। 
অসমৰ সাংস্কৃতিক ক্ষেত্রখন বস্তুবাদী সংস্কৃতিৰ ক্ষেত্রতো বৰ চহকী। অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত। অসমৰ লোকসকলে নিজেই খেতি কৰি বৰাধান, জহাধান আদি ধানবোৰ উলিয়াই খাদ্য সামগ্রী প্ৰস্তুত কৰে। গৰু গাখীৰে সৈতে কোমল চাউল, দৈ,তিল পিঠা, তেল পিঠা,জোনবিড়ি পিঠা, নাৰিকল লাডু, মিঠৈ আদিবোৰ অসমৰ প্ৰচলিত খাদ্য সামগ্রী। অসমৰ লোকসকলে উৎসৱ- অনুষ্ঠানবোৰৰ লগত সম্বন্ধ ৰাখিও খাদ্য সামগ্রী প্ৰস্তুত কৰে। অসমৰ মিছিং জনজাতীয় লোকসকলে তেওঁলোকৰ উৎসৱৰ সময়ত আপং বুলি এবিধ পানীয় প্ৰস্তুত কৰে। আপং বুলি এবিধ পানীয় প্ৰস্তুত কৰে।অসমত কাঁহ-পিতলৰ ধাতুৰ প্ৰচলিতও অধিক। অসমত হাজো আৰু সৰ্থেবাৰী ঠাই দুডোখৰ কাঁহ-পিতলৰ বাবে বিখ্যাত। অসমৰ পাট-মুগা কাপোৰৰ বাবে শুৱালকুছি বিখ্যাত। 
নাম- ধৰ্ম, কীৰ্তন, নৃত্য, নাটক আদি ক্ষেত্রতো অসমৰ সংস্কৃতি অতিকৈ আগবঢ়া। মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত নাম-কীৰ্তনবোৰেই বৰ্তমান সময়ত চলি আছে। শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক নাটক-নাটিকাবোৰ আজিৰ দিনটো প্ৰচলিত। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা সৃষ্টি গায়ন-বায়ন, ভাগৱত অসমৰ সংস্কৃতিৰ ধাৰ্মিক ক্ষেত্রখনৰ এক গুৰুত্বপূৰ্ণ অংশ। অসমৰ সংস্কৃতিত খোল, বৰতাল, ভুৰতাল, ঢোল, পেঁপা, বাঁহী আদি বাদ্যযন্ত্র বোৰক গুৰুত্ব প্ৰদান কৰা হয়। সাজপোছাকৰ ক্ষেত্রত মুগা -চাদৰ, মুগা-মেখেলা, পাট-মুগাৰ কাপোৰ, ৰিহা, গামোচা, ধূতি আদিবোৰক গুৰুত্ব দিয়া হয়। 
অসমৰ সাংস্কৃতিক ক্ষেত্রখন বৃহৎ হোৱাৰ বাবে বহু ক্ষেত্রত ভূল-ক্ৰুটিও দেখা পোৱা যায়। এই ভূল-ক্ৰুটিবোৰৰ বাবে অসমৰ জাতি-জনজাতিবোৰৰ মাজৰ সম্বনয় ক্ষেত্রখনতো বহু প্ৰভাৱ পৰা দেখা গৈছে। 



There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. There are many ways to get a job in the field of architecture, but the most important thing is to get a job in the field of architecture. There are many different ethnic groups in Assam and there are many cultural differences in the country. There are many ethnic groups in Assam who have come together to form a large Assamese culture. There are many different cultures in Assam. The culture of Assam is heavily influenced by tribal culture and folk culture.
There are also differences in the cultural scene of Assam but everyone celebrates the festivals in unity. For example, Hindus, Muslims, Christians living in Assam celebrate festivals like Puja, Eid, Christmas etc. but Bihu is celebrated as the national festival of Assam, which is celebrated by all the people of Assam. In Assam, the Missing tribes celebrate Ali-i-Lrigang and the Boros celebrate Batho Puja.
The cultural scene of Assam is also very rich in materialist culture. Rice is the main food of the people of Assam. The people of Assam grow their own paddy and produce food items such as baradhan and jahadhan. Soft rice with cow's milk, yogurt, sesame cake, oil cake, jonbiri cake, coconut ladoos, sweets etc. are common food items in Assam. The people of Assam also prepare food items in connection with festivals. The Missing tribal people of Assam prepare a drink called Apang during their festivals. They make a drink called Apang.Brass and brass metals are also more prevalent in Assam. In Assam, Hajo and Sarthebari are two places famous for their copper. Shuwalkuchi is famous for its jute and velvet fabrics of Assam.
There are many different types of characters in the film. There are many different types of characters in the film. There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. There are many spiritual plays written by Srimanta Sankardeva and Madhavade. The Bhagavad Gita, created by Srimanta Sankardeva, is an important part of the religious sphere of Assamese culture. There are many different types of musical instruments such as khol, bartal, bhurtal, dhol, pepa and banhi. In terms of dress, emphasis is placed on velvet -chadar, velvet-mekhela, jute-velvet cloth, riha, gamocha, dhuti etc.
There are many mistakes in the cultural field of Assam. These mistakes have also had a major impact on the harmony among the ethnic groups of Assam.

No comments:

Post a Comment