মানুহৰ মনবোৰ হৈছে কল্পনাপ্রবণ। মন দিগন্তৰ কল্পনাৰ বিশাল পৰিধিত অনুভূতিৰ প্ৰৱল উচ্ছাসে ভাবৰ যি জোৱাৰৰ সৃষ্টি কৰে, সেইবোৰেই ছন্দবদ্ধ হৈ প্ৰকাশ হয়। আদিম কালৰ স্বভাৱ কবিসকলৰ অন্তৰ উজানি উঠা সুখ -দুঃখ , হাঁহি -আনন্দ আদি সকলোবোৰ ছন্দৰে প্ৰকাশিত হৈ গীতৰ আকাৰ লয়। তাত প্ৰকাশ হয় সমাজৰ প্ৰতিজন মানুহৰ কথা। অন্তৰৰ প্ৰতি ভাৱ -অনুভূতি, হৃদয়ৰ প্ৰতি স্পন্দন, দেহ ভংগিমাৰ প্ৰতিটো প্ৰকাশ, মনৰ চঞ্চলতা, চাৱনিৰ মাধুৰিমা কৰুণ তার, দৈহিক সৌন্দর্য্যৰ মাধ্যমে প্ৰকাশ পালে কবিৰ সহজ -সৰল ছন্দৰ মাধ্যমেৰে। সেইবাবে সিয়েই পিছত লোক -সাহিত্য বা জন সাহিত্য নামে অভিহিত হয়। ডঃ প্ৰফুল্ল দত্ত গোস্বামীৰ মতে, "জন সাহিত্যৰ পটভুমি হৈছে গাঁও আৰু পথাৰ, তাৰ প্ৰেৰণা হৈছে জন সাধাৰণৰ সুখ -দুঃখ, আশা-নিৰাশা, কাম -কাজ , প্ৰেম বিৰহ। বিশেষ এটা আৱেষ্টনূ লৈহে এই বিলাকৰ সৃষ্টি হয়। "
লোক সাহিত্য যিহেতু জন সাধাৰণৰ অন্তৰৰ অনুভূতিৰ প্ৰকাশ, গতিকে "ভাব অনুভূতিৰ আৰু ৰচনা প্ৰণালীৰ সৰলতাই লোক সাহিত্যৰ ঘাই বৈশিষ্ট্য। " ৰচিয়তাৰ "অশৰীৰত্ব বা ব্যক্তিত্ব নিৰপেক্ষতা। " ইয়াৰ আন এটা বৈশিষ্ট্য। প্ৰতীক আৰু ৰূপকৰ মনোৰম প্ৰয়োগ "মানুহৰ প্ৰাণৰ সৈতে প্ৰকৃতিৰ সম্পূৰ্ণ অন্তৰংগতা, উদ্ভিদ জগত আৰু জীৱ -জগতৰ আটাইৰে লগত নিবিড় ঘনিষ্ঠতা। " আদি লোক -সাহিত্যৰ আন আন বৈশিষ্ট্য।
লোক সাহিত্যৰ পৰিধি ব্যাপক। ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে "লোক জীৱনৰ লগত নিহিত সম্বন্ধ থকা সাহিত্যৰ ভিতৰত প্ৰধান হ'ল ফকৰা -যোজনা বা প্ৰবাদ, সাঁথৰ , নিচুকনি গীত, জন্মৰ পৰা মৃত্যুলৈকে পালন কৰা পৰ্বৰ লগত জড়িত গীতসমূহ, উৎসৱ -অনুষ্ঠানৰ গীত, লোক ধৰ্ম সম্বন্ধীয় গীত, কৰ্ম গীত, সাধুকথা , কিংবদন্তি আৰু পুৰা কাহিনী। " এই বিশাল সাহিত্যৰ সম্ভাৰবোৰক থুপাই আনি আমি -(১) ফকৰা যোজনা, সাঁথৰ, পটন্তৰ , (২) প্ৰবচন ,(৩) সাধুকথা,( ৪) মন্ত্ৰ আৰু (৫) লোক-গীত এই পাঁচটা শ্ৰেণীত সামৰি ল'ব পাৰো।
ফকৰা যোজনা আদিৰ মাজদুল জন-জীৱনৰ নৈতিক আৰু ব্যৱহাৰিক জ্ঞানৰ পৰিচয় পাব পাৰি। এইবোৰ গভীৰ অৰ্থ আৰু তাৎপৰ্যৰ পৰিচায়কআৰু লগতে বুদ্ধি উদ্দীপকো । প্ৰবাদ অথবা প্ৰবচনবোৰৰ মাজেদি জাতীয় মানসিকতা ফুটি উঠা পৰিলক্ষিত হয়। সাধুৰ মাজেদি কল্পলোকৰ ছবি , যিবোৰে নিৰ্মল আনন্দৰ খোৰাক যোগায়। ডাকৰ বচনবোৰে জীৱনৰ আৰ্হিবোৰক মনত পেলাই।
জন -জীৱনৰ সুখ-দুখ, হৰ্ষ বিষাদ আদি লোক গীতৰ প্ৰাণৰ কথা। লোকগীতত অসমীয়া সাহিত্য অতিশয় চহকী। লোক -গীত বিলাকৰ পটভূমি বা কথিত ব্যবহার, বিষয় অনুসৰি -অনুষ্ঠানমূলক, আখ্যানমূলক, নিচুকনি দেহবিচাৰমূলক বিবিধ বিষয়ক ভগাব পাৰি।
অনুষ্ঠানমূলক গীতবোৰ -বিহুনাম, বনগীত, হুঁচৰি , আইনানুগ, বিয়ানীন, সুবচনীৰ গীত, অপেচৰী সবাহৰ গীত, মোহন গীত, লখিমী সবাহৰ গীত ইত্যাদি।
আখ্যানমূলক গীতবোৰ কোনো একোটা কাহিনী। সেইবাবেই ইসহাক কাহিনী গীত বুলিবও পাৰি। এইবিধ গীততো অসমীয়া ভাষা চহকী। ইহঁতক তিনিটা ভাগত ভগাব পাৰি। (বুৰঞ্জীমূলক, পৰম্পৰাগত আৰু কাল্পনিক।)
শিশুকালৰ কল্পনা -প্ৰৱণ, অনুসন্ধিৎসু, মনত উৎকণ্ঠা, কৌতূহল আৰু আমোদ জগাই তুলি সন্মোহিত কৰি টোপনি নিয়াবৰ কাৰণেই ঘাইকৈ নিচুকনি গীতৰ সৃষ্টি। শ্ৰীধৰ কন্দলীৰ "কান খোলা " সৰ্বকালৰ শ্ৰেষ্ঠ নিচুকনি গীত বুলি জনা যায়। দেব বিচাৰৰ গীত, ব'ৰাগীৰ গীত টোকাৰী গীত আদি একে শ্ৰেণীৰ গীত। এই গীতসমূহ মানুৱ দেহৰ ক্ষণস্থায়ীত্ব, ধন -দৌলতপুর অসাৰত্ব, আপোন -পৰৰ বিচাৰ কেৱল মায়ের বন্ধন আদি ভাৱৰ বাহক ;হৰি নামেই যে প্ৰাণীপলভৱ মুক্তিৰ একমাত্র পথ তাকেই শেষত গীত বিলাকত প্ৰতিপন্ন কৰা হৈছে।
অসমীয়া জিকিৰ আৰু জাৰী গীতবোৰো লোক -সাহিত্যৰ এক আপুৰুগীয়া সম্পাদ। জিকিৰ গীতবোৰ কিছুমান ধৰ্মমূলক আৰু কিছুমান দেহ বিচাৰৰ গীতৰ শাৰীৰ। জাৰী গীতবোৰ কাৰবালাৰ কাহিনী অবলম্বন কৰি ৰচিত। গতিকে জাৰী গীতসমূহ আখ্যানমূলক কাহিনীৰ গীতৰ শ্ৰেণীৰ।
অসমৰ লোক-সাহিত্য অতিশয় চহকী। জাতিৰ ভাল অনুভূতি হৰ্ষ বিষাদ, প্ৰেম বিৰহ, জাতীয় আৰ্দশ আদি লোক সাহিত্যৰ মাজত নিহিত আছে। আজি কিছুদিনৰে পৰা ইয়াৰ প্ৰসাৰ বৃদ্ধি পাইছে যদিও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমানবোৰ অনুষ্ঠান, আখ্যানমূলক,কিম্বদন্তী বা কল্পনামূলক গীত আছে সেই সকলোবোৰ সংগ্ৰহ হৈছে বুলি ন-দি ক'ব নোৱাৰি।
লোক সাহিত্যৰ মাজতে অসমীয়াৰ জন্ম আৰু তাৰ মাজতেই বিৱৰ্তন আৰু পৰিবৰ্দ্ধন। ইয়াৰ প্ৰসাৰ অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিক নিশ্চয় দুগুণে মহীয়ান কৰি তুলিব।
Human minds are imaginative. Therefore, it is important to understand the importance of these factors in the development of the country's economy. Therefore, it is important to understand the importance of these factors in the development of the country's economy. The early nature of the poets, the happiness -sorrow , laughter -joy, etc., are all expressed in rhythm and take the form of songs. It expresses the words of every person in society. The poet's feelings towards the heart, the pulse of the heart, every expression of body posture, the playfulness of the mind, the sweetness of the gaze, the pathetic strings, the physical beauty are expressed through the simple rhythm of the poet. Therefore, it is later called folk -literature or folk literature. There are many ways in which you can improve your self-confidence, but the most important thing is to be able to do it yourself. You can improve your self-confidence, but the most important thing is to be able to do it yourself.
Since folk literature is the expression of the feelings of the hearts of the people, "the simplicity of emotion and style of writing is the main characteristic of folk literature. Other characteristics of folk literature include the beautiful use of symbols and metaphors.
The scope of folk literature is wide. According to Dr. Birinchi Kumar Baruah, "The literature inherently related to folk life includes proverbs -jojnas or proverbs, riddles , nursery rhymes, songs related to festivals celebrated from birth to death, festival -ceremonial songs, folk religious songs, karma Songs, fairy tales , legends and old stories.” These vast literary collections are -(1) proverbs, riddles, parables , (2) proverbs ,(3) fairy tales,( 4) mantras and (5) folk-songs I can summarize them into five categories.
There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. These are indicators of profound meaning and significance as well as intellectual stimulation. There are many proverbs or sayings that reflect the national mentality. There are pictures of the imaginary world through fairy tales , which feed on pure joy. The proverbs of the postman recall the patterns of life.
There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. Assamese literature is very rich in folk songs. Folk songs can be divided into various subjects according to their background or spoken usage, subject matter - ceremonial, narrative, and physical judgment.
The ceremonial songs are -Bihunam, Bangeet, Huchori , Ainanug, Bianin, Subchani songs, Apechari wedding songs, Mohan songs, Lakhim wedding songs etc.
Narrative songs are a story. That is why Isaac can also be called a story song. This type of song is also rich in Assamese language. They can be divided into three categories. (Historical, traditional and fictional.)
There are many ways in which children can become imaginative, inquisitive, anxious, curious and happy. Sridhar Kandali's "Kan Khola" is known to be the best lullaby song of all time. They are the songs of the gods, the songs of the boragi, the songs of the notes, etc., are of the same category. These songs carry the ideas of the transience of the human body, the futility of wealth, the judgment of oneself and others only by the bondage of motherhood;
There are many different types of zikrs and jari songs in Assamese. Some of the zikr songs are religious and some are of the body judgment song line. The songs are based on the story of Karbala. So Jari songs belong to the category of songs of narrative stories.
The folk literature of Assam is very rich. There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. There are many ways to get a job, but the most important thing is to get a job. There are many ways to get a job, but the most important thing is to get a job.
There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence. There are many ways in which you can improve your self-confidence.









Well done.. thank you for this lesson 🙏...
ReplyDelete