ৰোমান্টিক সাহিত্যৰ ইতিবৃত্ত || History of Romantic Literature

ৰোমান্টিক সাহিত্যৰ ইতিবৃত্ত

ৰোমান্টিক সাহিত্য হৈছে সাহিত্যৰ এনে এক প্ৰকাৰ, য'ত সাহিত্যৰ উদাৰতা আৰু আত্মমুক্তি চেষ্টা জৰিত থকাৰ লগতে ই অতীতক শ্রদ্ধা জনায় আৰু সুন্দৰৰ লগত অদ্ভুতৰ সংযোগ ঘটায় । 
   
ৰোমান্টিক সাহিত্যৰ কিছুমান উল্লেখনীয় বৈশিষ্ট্য :

    ১/ প্রকৃতিপ্রীত
    ২/অতীতপ্রীতি
    ৩/সৌন্দর্যতৃষ্ণা
    ৪/কল্পনাপ্রৱণতা
    ৫/স্বদেশানুৰাগ
    ৬/প্রেমচেতনা
    ৭/ৰহস্যবাদী চেতনা
    ৮/উদাৰনৈতিক মানৱতাবাদ  আদি ।


"হৃদয়ৰ গভীৰ কোণৰ পৰা সুন্দৰ শব্দ বাছি লোৱা, কল্পনাৰ সুগন্ধি ঢালি দিয়া, আৱেগৰ মোহ বিয়পোৱা আৰু কবিতাক সহজে বুজিব পৰা কবিতাৰ এক নতুন শৈলী হ’ল ৰোমান্টিক সাহিত্য"।
 
   ৰোমান্টিক সাহিত্যৰ কেইটামান সংজ্ঞাই

ৰোমান্টিক সাহিত্যৰ

বিশেষত্বসমূহক অধিক স্পষ্ট কৰি তুলিব। তেনেধৰণৰ কেইটামান সংজ্ঞা হ'ল:
১। ৱাল্টাৰ পেটাৰৰ মতে, "

ৰোমান্টিক সাহিত্য

হ'ল সৌন্দৰ্যৰ লগত অপৰিচিতৰ সংযোজন।"
২/ সমালোচক এম্বাৰক্ৰম্বিয়ে Romanticism নামৰ গ্ৰন্থখনৰ মতে, "

ৰোমান্টিক সাহিত্য

হ'ল বাহ্যিক অভিজ্ঞতাৰ পৰা আঁতৰি গৈ অৰ্ন্তলোকৰ ওপৰত মনোনিবেশ কৰা।"
৩/বাটছ ডাণ্টনৰ মতে, "

ৰোমান্টিক সাহিত্য হ

'ল বিস্ময়ৰ পুৰ্নজাগৰণ (Renascence of wonder)।"
৪/ফৰাচী ঔপন্যাসিক ভিক্টৰ হিউগৰ মতে

ৰোমান্টিক সাহিত্য

হ'ল , " সাহিত্যত উদাৰতাবাদ।"
৫/ হাৰফোৰ্ডৰ মতে, "

কল্পনা শক্তিৰ অসামান্য বিকাশ বা অসাধাৰণ বিকাশেই হ'ল ৰোমান্টিক সাহিত্য।"

°°°°°°°°°°°°°°°°°°°°°


No comments:

Post a Comment