আজি আমি আপোনালোকক এগৰাকী আইতাৰ কথা কবলৈ ওলাইছো যি এটা বিশেষ উপাদানেৰে ৬৫ বছৰ ধৰি চুলিৰ যতন লৈ আহিছে আৰু ৮২ বছৰ বয়সতো তেওঁৰ এডালো চুলি পকা নাই। বিশ্ৱাস কৰক, আপুনি যদি ৬৫ বছৰ নালাগে ১০-২০ বছৰো এই পদ্ধতিৰে চুলি ধোৱে আপোনাৰ চুলি আজীৱন কলা হৈ থাকিব। তেওঁ হল, সতফুলৰ ঠাই শদিয়াৰ উলুৱনী বজাল গাঁৱৰ আইতা পদ্মাৱতী বুঢ়াগোহাঁই।
কিন্তু আচল কথাটো হল ৮২ বছৰ বয়সতো আইতাৰ চুলি নপকাৰ ৰহস্যটো কি? কি এক বিশেষ পদ্ধতিৰে তেওঁ চুলিৰ যতন লৈ আহিছে এই বিষয়ে আজি আমি আপোনালোকক কম। ইয়াৰ পাছত আপুনিও আপোনাৰ চুলিকোছা সদায় কলা কৰি ৰাখিব পাৰিব।
এই লিখনিটোত আপোনালোকে জানিবলৈ পাব -
- চুলিৰ বাবে জবা ফুলৰ উপকাৰিতা
- জবা পাতৰ উপকাৰিতা
- জবা পাতৰ ব্যবহাৰ
- জবা ফুলৰ পাতৰ উপকাৰিতা
- জবা ফুলৰ উপকাৰিতা
- পকা চুলিৰ বাবে জবা ফুলৰ ব্যবহাৰ
- পকা চুলিৰ বাবে জবা ফুল কেনেকৈ ব্যবহাৰ কৰিব
- চুলিৰ যত্নৰ বাবে জবা ফুল কেনেকৈ ব্যবহাৰ কৰিব
- চুলি দীঘল কৰাৰ উপায়
- চুলি পকিলে কি কৰিব লাগে?
৮২ বছৰীয়া আইতাই জানিবলৈ দিয়া মতে তেওঁ ১৫-২০ বছৰমান বয়সৰ পৰাই নিজৰ চুলিকোচা জবাফুলেৰে ধুইছিল, তাৰ বাদে তেওঁ আন একো উপাদান বা ৰং চুলিত ব্যৱহাৰ নকৰে। জবাফুল আৰু তাৰ পাত ভালদৰে খচি খচি ধুই লৈ ১-২ ঘন্টামানৰ বাবে তেওঁ চুলিত লগাইছিল। এতিয়া তেওঁ ২-৩ সপ্তাহৰ মূৰত এবাৰকৈ লগালেই হয়।
আপোনালোকে জানিব পাৰিলে যে আইতাই চুলিত চেম্পু, কণ্ডিচনাৰ একো ব্যৱহাৰে নকৰে। বিগত ৬৫ বছৰত কেৱল ১০-১৫ দিনৰ মূৰে মূৰে জবাফুল পানীত মিহলি কৰি মোহাৰি কিছু সময় তেওঁ চুলিত লগাই থৈ তাৰ পাছত ধুই দিয়ে। তেওঁ হেনো কৰবাত পঢ়িবলে পাইছিলে যে জবাফুলৰ পাত আৰু ফুলে চুলিৰ গঠন ভাল কৰে আৰু চুলিক সুৰক্ষা দিয়ে।
আপোনাৰো জানো জানিবলৈ মন যোৱা নাই যে জবাফুলৰ ফুল আৰু পাতত নো আচলতে কি বস্তু আছে যি আমাৰ চুলিখিনি মজবুট কৰাৰ লগতে সুৰক্ষা দিয়ে?
আপুনি জানি আচৰিত হব যে জবাগছ যাক ইংৰাজীত কোৱা হয় হিবিচকাছ্, হেইয়া হল এবিধ ঔষধীয় গছ। এই গছৰ ফুল আৰু পাতত এনেকুৱা কিছুমান বস্তু আছে যিয়ে আমাৰ চুলিখিনি আমি ভাবিব নোৱৰাকৈ মজবুত কৰাৰ লগতে সুৰক্ষা দিয়ে। আমাৰ চুলিবিলাক মূলতে কেৰটিন নামৰ এবিধ প্ৰটিনৰ দ্বাৰা গঠিত। তাৰোপৰি চুলিৰ গুৰিবিলাকত থকা কোষবিলাকক কোৱা হয় হেয়াৰ ফলিকল। হেয়াৰ ফলিকলত মেলানিন নামৰ এবিধ পদাৰ্থৰ অভাৱ হলে চুলি দুৰ্বল হয় আৰু চুলিৰ ৰঙৰো পৰিৱৰ্তন হয়। বয়স বঢ়াৰ লগে লগে হেয়াৰ ফলিকলবিলাক কিছু পৰিমাণে দুৰ্বল হৈ আহে, ফলত মেলানিন নামৰ পদাৰ্থবিধ উৎপন্ন কৰাৰ ক্ষমতাও সিহঁতৰ কমি আহে।
আমাৰ চুলিৰ বাবে জবাফুলৰ উপকাৰীতা-
a) বিজ্ঞানীসকলে গবেষণাৰ পৰা জানিবলে পোৱা মতে, জবাফুলৰ পাত আৰু ফুলত পোৱা যায় প্ৰচুৰ পৰিমাণে কেলছিয়াম, Riboflavin, ফচফৰাচ, vitamine C, flavonoids, anti oxidant , bita karotine, free amino acid আৰু essential অইল। এই উপাদানবিলাকৰ বাবেই জবাফুলৰ পাত আৰু ফুলে আমাৰ চুলিৰ গঠন ভাল কৰিব পাৰে।
b) hair follicles বিলাকত তেজৰ চলাচল বৃদ্ধি কৰিব পাৰে।
এইবিলাক কাৰণতে চুলি সৰা, চুলি পকা বা উফিও নোহোৱা হয়।
c) লগতে জবাফুলৰ পাত আৰু ফুল নিয়মীয়াকৈ লগালে মূৰৰ চালখনৰ গঠনো ভাল হয়। জবাগছৰ সেই উপাদানবিলাকে চানস্কিনৰ দৰে কাম কৰি আল্ট্ৰাভায়লেট বিটা ৰেডিএচনৰ পৰা আমাৰ চালখনক সুৰক্ষা দিয়ে।
d) জবাফুলত প্ৰচুৰ পৰিমাণে শক্তিবৰ্ধক পদাৰ্থ যেনে flavenoid, anti-oxidants , amino acid এইবিলাক পোৱা যায় বাবে হেয়াৰ ফলিকলবিলাক যথেষ্ট সবল হয়। ফলত হেয়াৰ ফলিকলবিলাকত কেৰটিন নামৰ প্ৰটিনবিধ বেছিকৈ উৎপন্ন হয় আৰু তাৰ ফলত চুলি নতুনকৈ গজে।
e) মেলানিন নামৰ পদাৰ্থবিধৰ উৎপন্ন হোৱাৰ ফলত চুলি পকাও পলম হয়।
f) জবাফুলপাহত প্ৰাকৃতিক ৰং, এণ্টি অক্সিডেন্ট, vitamines এইবিলাক প্ৰচুৰ পৰিমাণে থকাৰ বাবে জবাফুলৰ নিয়মিত ব্যৱহাৰ কৰিলে জবাফুলে আমাৰ চুলিত এটা প্ৰাকৃতিক ৰঙৰ প্ৰলেপ দিয়ে। যাৰ ফলত আমাৰ চুলিখিনি ডাঠ কলা হোৱাৰ উপৰিও চুলিখিনিৰ উজ্জলতা বৃদ্ধি হয়।
g) আপুনি জানি আচৰিত হব যে জবাফুলৰ পাত আৰু ফুলত এণ্টি-মাইক্ৰবেল গুণ সোমাই আছে। সেয়েহে ইয়াৰ নিয়মিত ব্যৱহাৰে আমাৰ চুলিত থকা ভেঁকুৰবিলাক নষ্ট কৰে। আৰু আমাৰ চুলিত উফিৰ সৃষ্টি কৰিব পৰা ভেঁকুৰ নষ্ট কৰি উফিৰ সমস্যাৰ পৰা চুলিখিনি ৰক্ষা কৰে।
যিকি নহওক, আমি হলো প্ৰকৃতিৰ উপাদান। আচলতে আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ আমাৰ চৌপাশে থকা প্ৰকৃতিতে পোৱা যায়। আমি মাত্ৰ তাক গুৰুত্ব সহকাৰে লবলে জানিব লাগিব।
How can you keep your hair black forever?
Today we are going to tell you about a grandmother who has been taking care of her hair with a special ingredient for 65 years and even at the age of 82 not a single hair has fallen out. Believe me, if you wash your hair in this way for 10-20 years, not 65 years, your hair will remain black for life. She is Padmavati Buragohain, grandmother of Uluwani Bajal village in Shadia, the place of Satful.
But the real question is what is the secret of my grandmother's hair loss at the age of 82? Today we will tell you about a special way he has been taking care of his hair. After that, you can always keep your hair black.
- In this article we discuss -
- hibiscus for hair fall
- hibiscus for dandruff
- how to use hibiscus for hair growth
- how to make hibiscus water for hair
- health benefits of hibiscus for hair and skin
- hibiscus for hair growth review
- benefits of hibiscus for hair growth
- benefits of hibiscus for hair and skin
- benefits of hibiscus for hair in Assamese
- benefits of hibiscus leaves for hair
The 82-year-old said she has been washing her hair with hibiscus flowers(joba ful) since she was 15-20 years old and does not use any other ingredients or dye in her hair. He washed the hibiscus flowers and their leaves thoroughly and applied them to his hair for 1-2 hours. Now he only applies it once every 2-3 weeks.
You learned that Grandma doesn't use any shampoo or conditioner on her hair. For the past 65 years, he has only mixed hibiscus flowers with water every 10-15 days, rubbed them, applied them to his hair for a while and then washed them off. He said he had read somewhere that the leaves and flowers of hibiscus improve hair structure and protect it.
Don't you want to know what exactly is in the flowers and leaves of hibiscus that strengthens and protects our hair?
You may be surprised to know that hibiscus is a medicinal plant. The flowers and leaves of this tree contain substances that strengthen and protect our hair in unexpected ways. Our hair is mainly made up of a protein called carotene. In addition, the cells at the roots of the hair are called hair follicles. A lack of melanin in the hair follicles causes weak hair and changes in hair colour. As we age, hair follicles become weaker, reducing their ability to produce a substance called melanin.
Benefits of applying hibiscus flower for hair-
a) Scientists have found that the leaves and flowers of hibiscus are rich in calcium, riboflavin, phosphorus, vitamine C, flavonoids, anti oxidant , beta karotine, free amino acid and essential oil. These ingredients are the reason why hibiscus leaves and flowers can improve the structure of our hair.
b) It can increase blood circulation to the hair follicles. These stops hair loss or dandruff.
c) Regular application of hibiscus leaves and flowers also improves the structure of the scalp. These ingredients act like sunskin and protect our skin from ultraviolet beta radiation.
d) hibiscus flowers are rich in nutrients like flavenoid, anti-oxidants , amino acids which make hair follicles stronger. This causes the hair follicles to produce more carotene, which results in new hair growth.
e) The production of melanin also delays hair loss.
f) hibiscus flowers are rich in natural dyes, antioxidants and vitamins. Regular use of hibiscus flowers gives a natural color coating to our hair. This is a great way to get rid of the brightness of your hair.
g) You will be surprised to know that the leaves and flowers of hibiscus have anti-microbial properties. Therefore, its regular use destroys the fungus in our hair. It also protects our hair from dandruff problems by destroying the fungi that can cause dandruff in our hair.
However, we are the elements of nature. In fact, the things we need for good health are found in nature around us. We just need to know how to take it seriously.
(বি দ্ৰ : bigyajyoti Facebook page ৰ আধাৰত প্ৰবন্ধটোৰ তথ্যসমূহ সংকলিত)








No comments:
Post a Comment