অসমীয়া সংস্কৃতিৰ বিভিন্ন অংশ || Different parts of Assamese culture

               অসমীয়া সংস্কৃতিৰ প্ৰাৰাম্ভণিতে  সুঁৱৰণিৰ এপৃষ্ঠাত  সোণালী আখৰেৰে উল্লেখযোগ্য সমগ্ৰ অসমবাসীৰ জ্ঞাতাৰ্থে বাধ্যতামূলক  এটি বিশেষ বাতৰি - চলিত বৰ্ষ ২০২২ চনৰ বিগত ১৩  ডিচেম্বৰ  তাৰিখে অসমীয়া  সাংস্কৃতিক চিহ্ন তথা সমগ্ৰ অসমকে  বিশ্বৰ দৰবাৰত প্ৰতিনিধিত্ব কৰা অসম গৌৰৱ " গামোচা " খনে ৰাষ্ট্ৰীয় পৰ্য্যায়ত  এটি বিশেষ স্থান অধিকাৰ কৰি ভাৰতবৰ্ষৰ  " GI Tag "  অৰ্থাৎ " ভোগোলিক সংকেতক  চিহ্ন " হিচাপে মনোনিত হৈছে । সমগ্ৰ অসমৰ লগতে সমূহ অসমবাসীৰ বাবে ই এক গৌৰৱান্ধিত বতৰা । গামোচা হৈছে অসমবাসীৰ হৃদয়ত  তথা সামাজিক জীৱনত  সন্মানেৰে  নিজৰ সুকীয়া স্থান অধিকাৰ কৰা এবিধ আদৰৰ বস্ত্ৰ । অসমবাসীৰ বাবে গামোচা এখন এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক  , পিছে অসমৰ বাহিৰে আন কিছু ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেই ব্যৱহাৰ হোৱা দেখা যায়। 

                এখন সমাজ আৰু সমাজখনত বাস কৰা লোকসকলৰ শাৰিৰিক তথা মানসিক বিকাশ সাধনৰ লগতে সমাজখনত শান্তি-শৃঙ্খলা আৰু সুখ-আনন্দেৰে ভৰাই তুলিবলৈ সম্পন্ন কৰা অপ্ৰাকৃতিক ক্ৰিয়া-কলাপকে   সংস্কৃতি বুলিব পাৰি ।  সাংস্কৃতিক আৰু ভাষা- সাহিত্যৰ দিশত অসম এখন চৌদিশে চহকী তথা বাৰেৰহণীয়া  ৰাজ্য । অসমৰ জাতীয় তথা জুটিত সৰগ চোৱা  খাদ্য লাড়ু-পিঠা , দৈ - চিৰাৰ  জলপানৰ পৰা আৰম্ভ কৰি  ঢুলীয়াৰ ঢোলৰ চেঁৱত  মূগাৰ মেখেলা চাদৰ পৰিহিত নাচনীৰ ককাঁল ভঙা বিহু নৃত্যৰে অপৰূপ অসমৰ সৌন্দৰ্য্যই অসমীয়া সংস্কৃতিক ৰাষ্ট্ৰৰ চুকে কোণে  পৰিচয় দিছে । শংকৰদেৱৰ ৰচিত  বৰগীতৰ লগে লগে খোল ,তাল , মৃদংগৰ শব্দ , গাঁৱলীয়া ভাঁৱৰীয়াৰ  গীত , নৃত্য , অভিনয়ৰ সংমিশ্ৰণেৰে প্ৰদৰ্শিত ভাওনা ,   গামোচাত ফুল বচা গাঁৱৰ শিপিনীৰ তাঁতশালত মাকুৰ শব্দ , নামঘৰত আইসকলৰ নাম জব্দ , বতৰীয়াকৈ ঘৰৰ চোতালত ল'ৰাহঁতৰ হুচৰি , মহোহো উপভোগ , মাঘত মেজিৰ জুইৰ দপ্‌দপনি , কঙালীত তুলসী তলত কৰে মিনতি , ৰঙালীত বিহুৱানেৰে বসন্তৰ আগমণ এই সকলোবোৰে দেশৰ  প্ৰত্যেকজন নাগৰিকক অসমীয়া সংস্কৃতিক  ভাল পাবলৈ শিকায় । 
            অসম হৈছে বৈচিত্ৰময় সংস্কৃতিৰ পটভূমি স্বৰূপ । বড়ো , ৰাভা , আহোম , কছাৰী , কাৰ্বি ,  মিৰি ইত্যাদি  বিভিন্ন জনগোষ্ঠীয় লোকে তেওঁলোকৰ ভিন্ন ধৰণৰ   নিজা নিজা জাতীয় উৎসৱ পাৰ্বন  ,  পৰম্পৰাগত সাজপাৰ আৰু নিজস্ব ভাষাৰে  একেটা অঞ্চলত সংস্কৃতিৰ ভিন্নতাৰে বাস কৰে ।  সম্প্ৰীতি আৰু একতাৰে চহকী ৰাজ্যখনৰ সাংস্কৃতিক দিশসমূহ সঁচাই খুব আমোদজনক । অসমীয়া জাতিৰ সংস্কৃতি অথবা অসমৰ সাংস্কৃতিক স্তৰৰ বিষয়ে বিস্তৃত ৰূপত ব্যাখ্যা কৰাৰ উদ্দেশ্যৰে অসমৰ প্ৰধান নৃত্য বিহুৰ  কথা উল্লেখ  কৰাতো বাধ্যতামূলক । অসমত প্ৰচলিত পৰম্পৰাগত এটি প্ৰধান নৃত্য বিহু নৃত্য  । অসমৰ জাতীয় উৎসৱ বিহুৰ সময়ত  অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব  তথা  পুৰণি পৰম্পৰাক অনুসৰণ কৰি গাঁৱৰ ডেকা - গাভৰুসকল  একেলগ হৈ  চুবুৰীয়াৰ চোতালত ঢোল , পেপা , গগণাৰে বিহুগীত জুৰি বিহু নৃত্য অথবা হুচৰি প্ৰদৰ্শন কৰে ।  পিন্ধনত গাভৰু সকলে মূগাৰ মেখেলা চাদৰৰ লগতে গামখাৰু , জোনবিৰি , ঢোলবিৰি , কেৰুমণি ইত্যাদি আৰু ডেকাসকলে চুৰীয়া , গামোচা , টঙালী ইত্যাদি জাতীয় সাজপাৰ পৰিধান কৰে । বিহু নৃত্য পৰিৱেশনৰ ক্ষেত্ৰত ব্যৱহৃত  বাদ্য যন্ত্ৰ সমূহ হৈছে -  ঢোল  , পেপা , তাল , বাঁহী , গগণা, আদি । বিহু নৃত্যৰ উৎপত্তি সম্পৰ্কে কোনো সঠিক তথ্য নাই যদিও ১৬৯৪ খ্ৰীষ্টাব্দত আহোম সম্ৰাট ৰুদ্ৰ সিংহৰ ৰাজত্বকালত ৰঙালী  বিহুৰ শুভক্ষণত ৰংঘৰ বাকৰিত বিহু নৃত্য পৰিৱেশনৰ পৰাই অসমত বিহু নৃত্য উলহ মালহেৰে প্ৰচলিত হৈ আছে । 
            বিহু নৃত্য অথবা হুঁচৰিৰ অবিহনেও  অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰা আন এক অন্যতম অংশ হৈছে সত্ৰীয়া নৃত্য । ভাৰতৰ অন্যতম উৎকৃষ্ট আঠটা বিশেষ নৃত্যৰ ভিতৰত সত্ৰীয়া নৃত্যও অন্তৰ্গত ।  বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্ত্তক শ্ৰী মন্ত শংকৰদেৱে  অসমত  সত্ৰীয়া নৃত্যৰ প্ৰতিষ্ঠা কৰিছিল ।  সংস্কৃতিৰ অংশীদাৰ হিচাপে আন বহুতো এনেধৰণৰ নৃত্যৰ বিষয়ে অসমৰ ইতিহাসত উল্লেখ আছে সময়ৰ পৰিৱৰ্তনত  সেই নৃত্যসমূহো বিলুপ্ত হৈছে । পিছে অতীজৰে পৰা অসমৰ সংস্কৃতিৰ পৃষ্ঠাত  সত্ৰীয়া নৃত্যৰ যি এক সুকীয়া স্থান আছে , সেইয়া আজিও অসমত বিৰাজমান । পৌৰাণিক উপাখ্যান সমূহ প্ৰচলন পদক্ষেপৰ এটি সৰল ৰূপেই  হৈছে  সত্ৰীয়া নৃত্য । 
            আনহাতে সংস্কৃতি অন্য এক প্ৰধান অংশ হৈছে বৰপেটীয়া ভোড়তাল নৃত্য । ভোড়তাল নৃত্য হৈছে  বৰপেটীয়া লোকসকলৰ মাজত প্ৰধানকৈ প্ৰচলিত শংকৰীয়া সংস্কৃতিৰ এক সংক্ষিপ্ত ৰূপ । নৰহাৰী বুঢ়া ভক্ত নামেৰে জনাজাত এগৰাকী সত্ৰীয়া শিল্পীৰ দ্বাৰা পৰিচিত এই নৃত্য । বৰপেটীয়া লোকসকলৰ দ্বাৰা উদ্‌যাপিত যি কোনো  উৎসৱ-পাৰ্বনতে এই নৃত্য পৰিৱেশন কৰা দেখা যায় । 
            চাহ উৎপাদনৰ বাবে বিশ্ব বিখ্যাত অসম ৰাজ্যত বসবাস কৰা চাহ জনগোষ্ঠীয় লোকসকলৰ দ্বাৰা পৰিৱেশিত  ঝুমুৰ নৃত্যও অসমীয়া সংস্কৃতিৰ এটি অন্যতম অংগ । অসমলৈ অহা প্ৰায় ১০০ বছৰ মানৰ অন্তত চাহ জনজাতীয় লোকসকলে তেওঁলোকৰ ডেকা-গাভৰুসকলৰ দ্বাৰা পৰিৱেশিত " চাহ বাগানৰ ঝুমুৰ নৃত্য " ক সমাজৰ আগত পৰিচয় দিছে  । অসমৰ চাহ বাগানসমূহ  পৰিভ্ৰমণ কৰিবলৈ অহা পৰ্য্যটকসকলে পাত চিঙাৰ যিকোনো ক্ষণতে এই নৃত্য উপভাগ কৰিবলৈ সক্ষম হয় । 
            অসমৰ আন এটি বৃহৎ জনগোষ্ঠী ,  বড়ো লোকসকলে বাগৰুম্বা নৃত্য পৰিৱেশন কৰে । বাগৰুমা নৃত্যও অসমীয়া সংস্কৃতিৰ এটি গুৰুত্বপূৰ্ণ অংশ । বাগৰুম্বাৰ উপৰিও বড়োসকলৰ মাজত   আন বহুতো পৰম্পৰাগত নৃত্য প্ৰচলিত আছে । পিছে এইসমূহৰ ভিতৰত বাগৰুম্বাই আটাইতকৈ গুৰুত্বপূৰ্ণ তথা আকৰ্ষণীয় নৃত্য । বড়ো গাভৰুসকলে নিজৰ জাতীয় সাজপাৰ পৰিধান কৰি দলগতভাৱে এই নৃত্য পৰিৱেশন কৰে । অসমলৈ অহা পৰ্য্যটকসকলে  কোকৰাঝাৰ , বঙাইগাওঁ , দৰং , নলবাৰী , শোণিতপুৰ জিলাৰ কিছু কিছু অঞ্চলত সময় সপক্ষে এই নৃত্য উপভোগ কৰাৰ সোভাগ্য লাভ কৰে । সাধাৰণতে এই নৃত্য বড়ো গাভৰুসকলে বৈচাগু উৎসৱৰ শুভক্ষণত আনন্দ উল্লাসৰ মাজেৰে পৰিৱেশন কৰে । নৃত্যৰত অৱস্থাত বাগৰুম্বা পৰিৱেশন কৰা গাভৰুসকলৰ হাতৰ মূদ্ৰা পখিলা অথবা চৰাই সদৃশ হয় বাবেই এই নৃত্যক পখিলা নৃত্য বুলিও আখ্যা দিয়া হয় । 
            এনেধৰণৰ বাৰেৰহনীয়া কৃষ্টি - সংস্কৃতিসমূহে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন ৰঙীন কৰি তুলিছে ।

            There are many reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products. These are the reasons why you shouldn't buy these products Tag is designated as " Geographical Identifier Mark This is a proud news for the entire Assam and all Assamese. Gamocha is a beloved garment that occupies a special place in the hearts and social life of the people of Assam. The gomocha is a cultural and respectful symbol for the people of Assam , but in some places other than Assam it is used only as a daily necessity.
             Culture is the unnatural activities performed to promote the physical and mental development of a society and the people living in it and to fill the society with peace, order and happiness. Assam is a rich and diverse state in terms of culture and language and literature. There are many different types of Bihu dances, including the national and heavenly dishes of Assam, laddu-pitha , yogurt and chira jalpan. There are many different types of characters in the film, but the most important one is the character of the character who is the main character of the film. The character of the character is the main character of the film There are many ways to get a job in the field of architecture, but the most important thing is to get a job in the field of architecture. There are many ways to get a job in the field of architecture.
             Assam is a backdrop of diverse cultures. There are many ethnic groups in the country, including the Boro, Rava, Ahom, Kachari, Karbi, Miri, etc., who live in the same region with their own national festivals, traditional dresses and languages. The cultural aspects of the state are rich in harmony and unity. In order to explain the culture of the Assamese nation or the cultural level of Assam in detail, it is necessary to mention the main dance of Assam, Bihu. The Bihu dance is a major traditional dance prevalent in Assam. During the national festival of Assam, Bihu, the youths of the villages gather together in the yards of their neighbors to perform Bihu dances or Hucharis, playing Bihu songs with drums, pepas and gagnas, representing Assamese culture and following the old traditions. The young women wear velvet mekhela shawls, gamkharu, jonbiri, dholbiri, kerumani, etc. and the young men wear national costumes such as churiya, gamocha, tangali, etc. The instruments used in the performance of Bihu dance are - Dhol , Pepa , Tal , Banhi , Gagna, etc. There is no exact information about the origin of Bihu dance, but it was performed in the courtyard of Rangghar on the auspicious occasion of Rangali Bihu during the reign of Ahom Emperor Rudra Singh in 1694 AD.
             Satriya dance is another part of Assamese culture that represents Assamese culture without Bihu dance or Huchori. Satriya dance is one of the eight best special dances of India. The Satriya dance was established in Assam by Sri Manta Sankardeva, the founder of Vaishnavism. There are many other such dances mentioned in the history of Assam as part of the culture but they have also disappeared with the change of time. There are many ways to get a job in the field of architecture, but the most important thing is to get a job in the field of architecture. Satriya dance is a simple form of mythological legends.
             There are many different types of dances in the country. Bhortal dance is a short form of Shankaria culture predominantly prevalent among the people of Barpetia. This dance is performed by a Satriya artist known as Narhari Budha Bhakt. This dance is performed at any festival celebrated by the people of Barpeta.
             Jhumur dance performed by the tea people living in the state of Assam, which is world famous for its tea production, is also a part of Assamese culture. After nearly 100 years of coming to Assam, the tea tribal people have introduced the "Tea Plantation Jhumur Dance" performed by their youths to the society. Tourists visiting the tea plantations of Assam are able to subdivide this dance at any moment of leaf picking.
             Another large ethnic group in Assam , the Boro people perform the Bagrumba dance. Bagruma dance is also an important part of Assamese culture. Apart from Bagrumba, there are many other traditional dances prevalent among the Boros. However, Bagrumba is the most important and interesting dance. The Boro girls perform this dance in groups wearing their national costumes. Tourists visiting Assam are fortunate enough to enjoy this dance in some parts of Kokrajhar , Bangalore , Darang , Nalbari , and Sonitpur districts in time. This dance is usually performed by the Boro girls on the auspicious occasion of the Baichagu festival. The dance is also called butterfly dance because the hand gestures of the girls performing the bagrumba resemble butterflies or birds. 
            There are many different types of cultures in Assam.

No comments:

Post a Comment